ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

এই বছৰ নতুন ভিছা নিদিয়ে আমেৰিকাই ।

দৈনন্দিন বাৰ্তা ডেস্ক : এই বছৰ নতুনকৈ এইচ১বিসহ কোনো কামৰ ভিছা নিদিয়ে ট্রাম্প প্রশাসনে। ৩১ ডিচেম্বৰ পর্যন্ত জাৰি থাকিব এই নিয়ম৷ এইচ১বি ভিছা দিয়াৰ প্ৰক্ৰিয়াটো...

ইতিহাসত প্ৰথম : ভক্তবিহীন জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা ।

দৈনন্দিন বাৰ্তা ডেস্ক: ভাৰতত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ সময়তে উচ্চতম ন্যায়ালয়ে সাতদিনীয়া ৰথযাত্ৰা উৎসৱ সীমিতভাৱে উদযাপনৰ অনুমতি দিয়াৰ পাছত ইতিহাস সলনিৰ সাক্ষী হৈ ৰ’ল এই ধর্মীয়...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল : চীনৰ বিৰুদ্ধে দুখন যুদ্ধত ভাৰত ।

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতে এতিয়া চীনৰ বিৰুদ্ধে দুখন যুদ্ধত যুঁজ কৰিছে৷ এখন লাডাখত আৰু আনখন ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে৷ সোমবাৰে সাংবাদিক মেলত এই কথা কয়...

ঐতিহাসিক পুৰীৰ ৰথ যাত্ৰাৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : ঐতিহাসিক পুৰীৰ ৰথ যাত্ৰাৰ কেই ঘণ্টামান পূৰ্বে সোমবাৰে চর্তসাপেক্ষে অনুমতি দিলে উচ্চতম ন্যায়ালয়ে। কেন্দ্র, ৰাজ্য আৰু মন্দিৰ কমিটিৰ সমন্বয়ত এই...

লাডাখ ইছ্যুত নৰেন্দ্ৰ মোডীলৈ চিঠি প্ৰাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ : ‘ভাবি চিন্তি’ ক’থা ক’ব লাগে প্ৰধানমন্ত্ৰীয়ে ।

দৈনন্দিন বাৰ্তা ডেস্ক : লাডাখ ইছ্যুত মুখ খুলিলে প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙে৷ পূব লাডাখত চীনৰ আগ্ৰাসন আৰম্ভ হোৱাৰ পাছত তেওঁৰ দল কংগ্ৰেছে বিদেশী নীতি লৈ...

Popular