ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

লাডাখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : শান্তি ভংগ কৰিছে ‘সাম্ৰাজ্যবাদী’ চীনে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : আগতে কোনো খবৰ নিদিয়াকৈ শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লাডাখত উপস্থিত হয় ৷ গালৱানত সংঘৰ্ষ হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ এয়াই প্ৰথম...

লাডাখত প্ৰধানমন্ত্ৰীৰ আকস্মিক ভ্ৰমণ ।

দৈনন্দিন বাৰ্তা ডেস্ক : সংঘৰ্ষক লৈ তাৎপর্যপূর্ণ তৎপৰতাৰ মাজতে লাডাখত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ লেহ সামৰিক ঘাটিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী পুৱা ১০ বজাত অৱতৰণ...

ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা আছে ৷ এই টীকাৰ নাম হৈছে 'কোভেক্সিন'৷ ভাৰত বায়’টেক...

ৰাছিয়াৰ পৰা মিগ-২৯ ক্ৰয়ত অনুমোদন।

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰতিৰক্ষা অধিগ্রহণ কাউন্সিল (ডিএচি)য়ে বৃহস্পতিবাৰে ৰাছিয়াৰ পৰা ২১ খন মিগ-২৯ৰ লগতে ৫৯ খন মিগ-২৯ যুদ্ধ বিমান আৰু ১২খন ছুখই-৩০ এমকেআই ক্ৰয়ৰ...

ম্যানমাৰৰ শিলৰ খনিত ভূমিস্খলন : মৃত্যু ১০০ শ্ৰমিকৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক : ম্যানমাৰৰ এটা শিলৰ খনিত ভয়াৱহ ভূমিস্খলন হোৱাত প্ৰায় ১০০জন শ্ৰমিকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে কেইবাজনো লোক সন্ধানহীন হয় ৷ যুদ্ধকালীন...

Popular