ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা ।

ৰাষ্ট্ৰীয় বাৰ্তা  অভিনেতা সুশান্ত সিং ৰাজপুটে দেওবাৰে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তেওঁ নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে৷ কিয় এই অভিনেতাজনে...

লকডাউনত অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ স্পেইনৰ এজন যুৱক : পথাৰত হাল বাই দেখুৱালে নিৰ্দশন ।

নাজিৰা পৰা  দিলীপ হাজৰিকা । লক ডাউনত শিৱসাগৰত  আবদ্ধ হৈ থকা এজন বিদেশী যুৱক । অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ হৈ পৰিছে স্পেইনৰ এই নাগৰিকজন। ...

ভাৰতত ক’ভিড-১৯ত পুৰুষতকৈ মহিলাৰ মৃত্যুৰ হাৰ অধিক ।

দৈনন্দিন বাৰ্তা সমীক্ষাত প্ৰথমে দেখা গৈছিল যে ক’ভিড-১৯ পুৰুষৰ বেছিকৈ সংক্ৰমণ হয়৷ কিন্তু শেহতীয়া ছবিত দেখা গৈছে যে এই ৰোগত ভাৰতত মহিলাৰ মৃত্যুৰ সংখ্যা বেছি৷...

উচ্চতম ন্যায়ালয়ৰ ৰায় : সংৰক্ষণ কোনো মৌলিক অধিকাৰ নহয় ।

দৈনন্দিন বাৰ্তা সংৰক্ষণক লৈ তাৎপর্যপূর্ণ ৰায় দিলে দেশৰ উচ্চতম ন্যায়ালয়ে৷ এটা গোচৰৰ সন্দৰ্ভত আদালতে কয় যে সংৰক্ষণ কোনো মৌলিক অধিকাৰ নহয়৷ সেয়ে কোটাৰ সুযোগ নাপালে...

ক’ৰোনা ভাইৰাছ ৰোধত আশাৰ বতৰা জনছন এণ্ড জনছনৰ ।

পৃথিৱীৰ বহু দেশে ক’ৰোনা ভাইৰাছ ৰোধ কৰিবলৈ ঔষধৰ বাবে গৱেষণা কৰি আছে৷ এনে সময়তে মার্কিন সংস্থা জনছন এণ্ড জনছনে দিছে এক আশাৰ বতৰা৷ এই...

Popular