Breaking

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ঘোষণা কৰিলে UGC-NET পৰীক্ষাৰ নতুন সময়সূচী…

0 24

NTA য়ে ঘোষণা কৰিলে UGC-NET পৰীক্ষাৰ নতুন সময়সূচী৷

অহা ১০ জুলাইত NCET আৰু ২৫-২৭ জুলাইলৈ Joint CSIR UGC NET পৰীক্ষা অনুষ্ঠিত হ’ব৷

২১ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰৰ ভিতৰত পুনৰ অনুষ্ঠিত হ’ব ইউজিচি-নেট জুন ২০২৪ চক্ৰ।

শুকুৰবাৰে নিশা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই বাতিল আৰু পিছুৱাই দিয়া পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰে।

Leave A Reply