Breaking

জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰাৰ…

0 27

পুৰুষৰ জেভেলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় এথলেটিক নীৰজ চোপ্ৰা।

৮৯.৩৪ মিটাৰ দূৰত্বৰে জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ কৰে নীৰজ চোপ্ৰাই।

৮ আগষ্টত অনুষ্ঠিত হ’ব ফাইনেল খেল।

নিশা ১১.৫০ বজাত অনুষ্ঠিত হ’ব ফাইনেল খন ।

Leave A Reply

Your email address will not be published.