Breaking

পেৰিছ অলিম্পিকত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ…

0 23

অলিম্পিকত পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই৷ পেৰিছ অলিম্পিকত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰে নীৰজ চোপ্ৰাই৷

ফাইনেলত ৮৯.৪৫ মিঃ জেভলিন থ্ৰ’ৰে ৰূপৰ পদক লাভ৷

একেৰাহে দুখনকৈ অলিম্পিকত পদক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত নীৰজ চোপ্ৰা৷

Leave A Reply

Your email address will not be published.