Breaking

ভয়ংকৰ বিমান দুৰ্ঘটনাত! ১৮ জনৰ মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ…

0 24

নেপালৰ কাঠমাণ্ডুৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত ১৮ জনৰ মৃত্যু। একমাত্ৰ পাইলটজনক জীৱন্তে উদ্ধাৰ কৰা হয়। সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক।

ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন। আজি দিনৰ ১১ বজাত সংঘটিত হৈছিল এই বিমান দুৰ্ঘটনা।

Leave A Reply

Your email address will not be published.