Breaking

প্ৰায় ৪.১০কোটি টকীয়া বেন্টলে’ বেন্টেইগা এছইউভি ক্ৰয় কৰিলে আম্বাণী পৰিয়ালে।

0 137

আম্বাণী পৰিয়াল বুলিলে নতুনকৈ একো কোৱাৰ প্ৰয়োজনেই বা কি। অৱধাৰিতভাৱে সেই পৰিয়ালটোৰ আছে এটা বৃহৎ গেৰেজ। বিশ্বৰ আগশাৰীৰ দামী দামী গাড়ী আছে আম্বাণীৰ ব্যক্তিগত গেৰেজত। বহু বিলাসী বাহনৰ লগতে স্পোৰ্টছ কাৰৰ সংগ্ৰহ আছে এই গেৰেজত।

তেওঁলোকৰ গাড়ী সংগ্ৰহৰ ফটো আৰু বাতৰিয়ে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। সেই সংগ্ৰহত সংযোজন ঘটিল বিশ্বৰ এখন বিলাসী এছইউভি বেন্টলে’ বেন্টেইগা।

গাড়ীখনৰ নম্বৰ হৈছে ০০০২। সাধাৰণতে আম্বানী পৰিয়ালৰ সকলো গাড়ীৰে নম্বৰ হয় ০০০১।

আনকি তেওঁলোকৰ ৰলছ ৰয়েছৰ গাড়ীবোৰৰ নম্বৰো ০০০১।

Leave A Reply

Your email address will not be published.