Breaking

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল তামুলপুৰৰ ছাত্ৰ সন্থাৰ সদস্য নিৰঞ্জন মেধীৰ…

0 23

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল তামুলপুৰৰ লাউপাৰা শাখা ছাত্ৰ সন্থাৰ এগৰাকী সদস্যৰ।

সমনীয়াৰ লগত বৰনদীত গা ধুবলৈ মৃত্যু মুখত পৰে সদস্য গৰাকী।

মৃত যুৱক গৰাকীৰ নাম নিৰঞ্জন মেধী (১৯)।

মৃত যুৱকজন তামুলপুৰ জিলাৰ লাউপাৰাৰ।

লাউপাৰা শাখা ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য আছিল মৃত নিৰঞ্জন মেধী।

লাউপাৰাৰ শান্তো মেধীৰ পুত্ৰ নিৰঞ্জন মেধী তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল।

Leave A Reply

Your email address will not be published.