Breaking

দেৰগাঁও সাহিত্য সভা ভৱনত নিৰ্মালী বৰুৱা হাজৰিকাৰ কাব্য গ্ৰন্থ “বৰ্ষাৰ শেষ গান” উন্মোচন…

0 20

দেৰগাঁও সাহিত্য সভা ভৱনত নিৰ্মালী বৰুৱা হাজৰিকাৰ কাব্য গ্ৰন্থ “বৰ্ষাৰ শেষ গান” উন্মোচন। দেৰগাঁও সাহিত্য সভা ভৱনত কবি নিৰ্মালী বৰুৱা হাজৰিকাৰ কাব্য সংকলন “বৰ্ষাৰ শেষৰ গান’’ উন্মোচন।

কাব্য সংকলন খন উন্মোচন কৰে বিশিষ্ট লেখক পৰাগ পৱন শৰ্মা বৰাই। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.