Breaking

গুৱাহাটীৰ দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী নিভৃতি গোস্বামীৰ ফিডে ৰেটিং লাভ…

0 69

গুৱাহাটী দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী নিভৃতি গোস্বামীৰ ফিডে ৰেটিং লাভ।

গুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থী নিভৃতি গোস্বামীৰ নাম আন্ত:ৰাস্ত্ৰীয় দবা মহাসংঘই ১ডিচেম্বৰত, ২০২৩ ত প্ৰকাশ কৰা ৰেটিং তালিকাত অন্তৰ্ভুক্ত হৈছে। ১ ডিচেম্বৰ, ২০২৩ ৰেটিং তালিকা অনুসৰি নিভৃতিয়ে ১০২৩ ৰেটিং পইণ্ট লাভ কৰিছে।


নিভৃতিক ১৪ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰ, ২০২৩ত, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সৰ্ব ভাৰতীয় ফিডে ৰেটিং স্কুল দবা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে।

বৰ্তমান নিভৃতিয়ে গুৱাহাটী দবা একাডেমীত ফিডে ইন্ষ্ট্ৰাক্টৰ প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।এই কৃতিত্বৰ বাৱে একাডেমিৰ মূখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথে অভিনন্দন জনাইছে।

Leave A Reply

Your email address will not be published.