উত্তৰ-পূৰ্বাঞ্চল

Zakir Hussain:কিংবদন্তি তবলাৰ সম্ৰাট জাকিৰ হুছেইনৰ মৃত্যু

তবলাৰ সম্ৰাট জাকিৰ হুছেইন(Zakir Hussain) আৰু নাই।হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে যুঁজি থাকি চিকিৎসাধীন হৈ থকা জাকিৰ হুছেইনৰ আজি আমেৰিকাৰ এখন চিকিৎসালয়ত(San Francisco hospital) মৃত্যু ঘটে।

Art and Literature Awards:শিশু সাহিত্যক-কাৰ্টুন শিল্পী তপন বৰুৱালৈ ‘শিল্প-সাহিত্য বঁটা-২০২৪’

'৪২ৰ গণ আন্দোলনৰ সক্ৰিয় কৰ্মী, কংগ্ৰেছ সেৱা বাহিনীৰ সেনানী মুক্তিযোদ্ধা বগাৰাম দিহিঙীয়াৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানটি কাইলৈ অনুষ্ঠিত হ'ব।(Art and Literature Awards)

Rongali Bihu:ৰঙালীৰ বতৰা লৈ অহা স্মৃতিকাতৰ ডিচেম্বৰ মাহ

কলিয়াবৰৰ জখলাবন্ধা বাণিজ্যিক কেন্দ্ৰ চৌবিশ ঘণ্টাই(Rongali Bihu) গ্ৰাহকৰ বাবে মুকলি হৈ থাকে হোটেল আৰু প্ৰায়বোৰ দোকান। দূৰণিবটীয়া যাত্ৰীবাহী বাছসমূহৰ যাত্ৰীৰ দিনে-নিশাই খাদ্য গ্ৰহণৰ স্থান।

Scientist Mihir Kanti Chowdhury:তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য, বিজ্ঞানী মিহিৰ কান্তি চৌধুৰীৰ পৰলোক

ওৰেটো জীৱন শিক্ষা সাধনাত ব্ৰতী আৰু শৈক্ষিক উৎকৰ্ষ সাধনত জড়িত ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ(Tezpur University) প্ৰাক্তন উপাচাৰ্য প্ৰফেছৰ মিহিৰ কান্তি চৌধুৰীৰ(Scientist Mihir Kanti Chowdhury) পৰলোকপ্ৰাপ্তিৰ বাতৰিয়ে আজি শোকাচ্ছন্ন কৰে তেজপুৰ বিশ্ববিদ্যালয় চৌহদ৷(Vice-Chancellor)

Poet Mira Thakur:বিশিষ্ট কবি মীৰা ঠাকুৰৰ মৃত্যু, শোকস্তব্ধ সাহিত্যানুৰাগী

অসমৰ সাহিত্য জগতৰ বাবে এক দুখৰ খবৰ৷ ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি মীৰা ঠাকুৰ(Poet Mira Thakur) আৰু নাই৷

Popular