উত্তৰ-পূৰ্বাঞ্চল

বাৰিষা আগমনত গৰাখহনীয়া, কৃত্ৰিম বান ৰোধত তৎপৰতা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ

গোলাঘাট গোলাঘাট সমষ্টিৰ দুখন ডাঙৰ নৈ ধনশিৰি আৰু দৈয়াং। এই নদী দুখনত প্ৰত্যেক বাৰিষাত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয়৷ ইয়াৰ লগতে সৰু নদী ঘিলাধাৰী, মকৰং, কাকডোঙা,...

তৃতীয় পৰ্যায় লকডাউনৰ সময়ত বোকাজানত জনসমাগম : ৰাস্তাত গাড়ী মটৰৰ পয়োভৰ

বোকাজান ক’ৰ’ণা ৰোধৰ বাবে পৰা তৃতীয় পৰ্যায় লকডাউনৰ আৰম্ভণি সময়ত বোকাজানৰ ৰাস্তা-ঘাট, হাতে-বজাৰে ৰাইজৰ জনসমাগম দেখিবলৈ পোৱা গৈছে। স্বতঃস্ফূৰ্তভাৱে একাংশ লোকে দুচকীয়া, চাৰিচকীয়া বাহন লৈ...

গোলাঘাটত সৰ্বভাৰতীয় পৰ্যায়ৰ অনলাইন কুইজ প্ৰতিযোগিতা

গোলাঘাটদেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো লোক নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। নিজ নিজ কৰ্মব্যস্ততাৰ পৰা দীৰ্ঘদিন ধৰি আঁতৰি থাকি বহুলোকে বিৰক্ত...

গুৱাহাটীৰ অমিয় নগৰত দৰিদ্ৰ লোকক সাহায্য ইণ্ডিয়ান বেংকৰ

গুৱাহাটীভাৰতৰ জনগণ ক’ভিড-১৯ ৰোধ কৰাৰ যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে ক’ভিড-১৯ক ৰোধ কৰাৰ অৰ্থে দেশজুৰি লকডাউন অব্যাহত আছে৷ সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে৷...

নাগালেণ্ডৰ পৰা পদব্ৰজে ফৰকাটিং, বৰপথাৰলৈ উভতিল ৪৫ জন শ্ৰমিক

নাজিৰা অসমৰ সীমান্তৰ নাগালেণ্ডৰ কয়লাখনিত দুমাহ ধৰি মহা সংকটত দিন-ৰাতি অনাহাৰ-অনিদ্ৰাৰে অতিবাহিত কৰা ৪৫ জন শ্ৰমিক যোৱা নিশা পদব্ৰজে নাগালেণ্ডৰ চেতাপবস্তি আৰু কংনঙৰ পৰা নাজিৰা...

Popular