Breaking

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন…

0 49

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন৷ সোমবাৰে পুৱা ১০.৩০ বজাৰ পৰা সন্ধান নাই ৰমেন বৰুৱাৰ৷ লতাশিলৰ পৰা গণেশ মন্দিৰলৈ ওলাই গৈছিল বৰুৱা৷ ২৪ ঘণ্টাৰ পিছতো সন্ধান লাভ কৰা নাই সংগীত পৰিচালক ৰমেন বৰুৱাৰ।

বিশিষ্ট শিল্পীগৰাকীৰ সন্ধান পালে 84040-38135, 93949-38620 নম্বৰত যোগাযোগৰ আহ্বান। আনহাতে ব্ৰহ্মপুত্ৰৰ পাৰত পোৱা গৈছে অন্তিম ম’বাইল লোকেচন। আজি পুৱাৰে পৰা SDRFৰ দলেও ৰমেন বৰুৱাক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। বৰ্তমানৰ লৈকে ৰমেন বৰুৱাৰ কোনো সন্ধান লাভ কৰা নাই।

Leave A Reply

Your email address will not be published.