মৰ্মাহত

অসমৰ এগৰাকী বিশিষ্ট কবি, সমালোচক তথা গল্পকাৰ ৰবীন্দ্ৰ বৰাৰ আকস্মিক মৃত্যু

অসমৰ এগৰাকী বিশিষ্ট কবি, সমালোচক তথা গল্পকাৰ ৰবীন্দ্ৰ বৰাৰ আকস্মিক মৃত্যু৷ হৃদৰোগত আক্ৰান্ত হৈ ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে৷ ১৯৩৯...

অলিম্পিকত অযোগ্য ঘোষণাৰ পাছতে সংজ্ঞাহীন হৈ পৰে ভিনেশ ফোগাট…

অলিম্পিকত অযোগ্য ঘোষণাৰ পাছতে অসুস্থ ভিনেশ ফোগাট। পেৰিছৰ হাস্পতালত ভৰ্তি ভাৰতীয় মল্লযোদ্ধাগৰাকীক। অযোগ্য ঘোষণাৰ পাছতে সংজ্ঞাহীন হৈ পৰে ভিনেশ ফোগাট। ডিহাইড্ৰেশ্যনৰ বাবে সংজ্ঞাহীন হৈ...

মাজুলীত হাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলা…

মাজুলীত হাত নাও দুর্ঘটনাহাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলাসন্ধানহীন মহিলাগৰাকী জেতুকী পেগুমাছ মাৰিবলৈ যাওঁতে নাৱৰ পৰা পৰি সন্ধানহীন মহিলাগৰাকী উজনি মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত...

ৰীলে কাল হ’ল মহাৰাষ্ট্ৰৰ এগৰাকী যুৱতীৰ বাবে…

ৰিল ভিডিঅ’ কাল হ’ল যুৱতীৰ বাবে। ৰিল ভিডিঅ’ বনাবলৈ গৈ মৃত্যু যুৱতীৰ। মহাৰাষ্ট্ৰৰ ৰায়গড়ত সংঘটিত হৈছে অঘটন। ঘটনা অনুসৰি, মঙলবাৰেম হাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ কুম্ভে...

নগৰবেৰাৰ নায়টৰত দ খাৱৈত পৰি তিনিবছৰীয়া শিশুৰ সলিল সমাধি…

নগৰবেৰাৰ নায়টৰত পানীভৰ্ত্তি দ খাৱৈত পৰি তিনিবছৰীয়া এটি ক’ণমানিৰ সলিল সমাধি । নাইটৰত সংঘটিত হৈছে এই শোকাবহ কাণ্ড , মৃত শিশুটি গাঁৱখনৰ ইমৰান আলী নামৰ...

Popular