Breaking

দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীৰ বেলতলাত তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে পূজা কমিটীৰ মূল তোৰণ…

0 47

দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীৰ বেলতলাত অঘটন। তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে পূজা কমিটীৰ মূল তোৰণ। বেলতলা লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজাৰ আছিল তোৰণখন।

চাৰিদিন পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল তোৰণখনৰ। ডাম্পাৰখনে খুন্দিয়াই মহটিয়াই নিলে পদপথৰ দুখনকৈ দোকানো।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰ চালকৰ। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 01 KC 9789।

Leave A Reply

Your email address will not be published.