Breaking

জুলাই মাহৰ প্ৰথম দিনটোতে হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য…

0 29

জুলাই মাহৰ প্ৰথম দিনটোতে দেশবাসীলৈ ভাল খবৰ৷

কিয়নো হ্ৰাস পালে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম৷

৩০টকা পৰ্যন্ত দাম হ্ৰাস পালে প্ৰতিটো LPG চিলিণ্ডাৰৰ দাম৷

দিল্লী, মুম্বাই, কলকাতা, চেন্নাইত দাম কমিল চিলিণ্ডাৰৰ৷

Leave A Reply