Breaking

Online trading scam: অনলাইন ট্ৰেডিং কেলেংকাৰীৰক লৈ সৰব মন্ত্ৰী পীয়ূজ হাজৰিকামন্ত্ৰী পীযুষ হাজৰিকা

17

Online Trading Scam : অনলাইন ট্ৰেডিং কেলেংকাৰীৰক লৈ সৰব মন্ত্ৰী পীযুষ হাজৰিকা। (Assam Minister Piyush Hazarika) ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য কোনো ব্যক্তি সাৰি যাব নোৱাৰে । চুমি বৰা তাৰ্কিক বৰা গ্ৰেপ্তাৰ হোৱাৰ পিছতে মৰিগাঁৱত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আইনে নিজৰ সক্ৰিয়তাৰে এই ব্যৱস্থাতোক কঠোৰ কৰিব কিন্তু চৰকাৰে এই ক্ষেত্ৰত বহি নাথাকে । কংগ্ৰেছ দলে ৰাজনীতি কৰিব বিচাৰিছিল কিন্তু নোৱাৰিলে । আমাৰ চৰকাৰ কঠোৰ দুৰ্নীতিৰ ক্ষেত্ৰত । কোনোৱে ট্রেডিং কৰি মানুহক প্ৰবঞ্চনা কৰি সাৰি যাব নোৱাৰে । ” Online trading ৰ লগত জড়িত সকলো গ্ৰেপ্তাৰ হব।  (Government will not let any individual involved in fraudulent online trading activities evade justice)


(“No one will escape”: Minister Piyush Hazarika vows strict action in online trading fraud case) কোনো সাৰি যাব নোৱাৰে আৰক্ষীৰ হাতৰ পৰা । কাৰন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বীতাধীন বিজেপি চৰকাৰে এই ক্ষেত্ৰত অধিক কঠোৰ হৈছে” । এই মন্তব্য মন্ত্ৰী পীয়ূজ হাজৰিকাৰ (Piyush Hazarika )। মৰিগাঁওৰ মানিপুৰৰ এক দলীয় সভাত অংশগ্ৰহণ কৰি এনে দৰে কয় মন্ত্ৰী গৰাকীয়ে ।প্ৰৱঞ্চনাৰ লগত জড়িত ৯০% লোকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মন্তব্য মন্ত্ৰী গৰাকীৰ । আনহাতে কংগ্ৰেছ ইক’ছিষ্টেমে কিয় দোষী নেপাললৈ পলাই গুচি গল বুলি দাবী কৰা সন্দৰ্ভত মন্তব্য মন্ত্ৰীগৰাকীৰ (“No one will escape”: Minister Piyush Hazarika)

Comments are closed.