Breaking

পৌৰসভা নিৰ্বাচনৰ পূৰ্বে বিহপুৰীয়া বিধানসভা সমষ্টিত ধূলিসাৎ হোৱাৰ দিশে বিৰোধী।

0 45

পৌৰসভা নিৰ্বাচনৰ পূৰ্বে বিহপুৰীয়া বিধানসভা সমষ্টিত ধূলিসাৎ হোৱাৰ দিশে বিৰোধী । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা বিহপুৰীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাৰ গৃহ সমষ্টিত এতিয়া কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে ব্যাপক খহনীয়া ।

পৌৰসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰাই স্থানীয় বিধায়ক ড• অমিয় কুমাৰ ভূঞাৰ বাসগৃহত বিজেপিত যোগদানৰ বাবে প্ৰতিটো দিনেই উপস্থিত হৈছেহি শ শ লোক ।আজি দিনটোতো দেখিবলৈ পোৱা গ’ল একেই পৰিবেশ । নাৰায়ণপুৰ পৌৰসভা এলেকাৰ প্ৰায় অৰ্ধশতাধিক মুছলিম পুৰুষ-মহিলা যোগদান কৰে বিজেপি দলত ।

Leave A Reply

Your email address will not be published.