Breaking

সাৱধান! কাকপথাৰত জাপানীজ এনকেফেলাইটিছৰ আতংক, এগৰাকী ছাত্ৰী নিহত…

0 74

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ কাকপথাৰৰ ছাত্ৰীৰ মৃত্যু৷

কাকপথাৰ কাছিজান গাঁৱৰ জিব্দ মৰাণৰ কন্যা ভায়লীনা মৰাণে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱতিবলগীয়া হয়৷

আজি পুৱাৰ ভাগত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধিন হৈ থকা অৱস্থাত মৃত্যু বৰণ হয় ছাত্ৰীগৰাকী।

Leave A Reply

Your email address will not be published.