Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি

Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি ।নষ্ট কৰিলে ২ বিঘা পুখুৰীৰ মাছ ।বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ১১বিঘা ধান খেতি নষ্ট কৰিলে আৰু 2 বিঘা পুখুৰীত বিষ প্রয়োগ কৰি লাখ লাখ টকাৰ মাছ নিধন কৰিলে ।

দৈনন্দিন বাৰ্তা মৈৰাবাৰী ২২ ছেপ্টেম্বৰ

Over land fight মৈৰাবাৰীৰ শগুণবাহি গাওঁৰ মানৱ ৰূপী দানৱৰ কাণ্ড দেখিলে আপোনাৰ চকু কপালত উঠিব ।নষ্ট কৰিলে ১১ বিঘা ধান খেতি ।নষ্ট কৰিলে ২ বিঘা পুখুৰীৰ মাছ ।বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ১১বিঘা ধান খেতি নষ্ট কৰিলে আৰু 2 বিঘা পুখুৰীত বিষ প্রয়োগ কৰি লাখ লাখ টকাৰ মাছ নিধন কৰিলে ।শগুণবাহি গাওঁৰ আমিৰুদ্দিনৰ পৰিয়াল আৰু এটা ফৈদৰ মাজত দুই তিনি বছৰ ধৰি Terrible consequences মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতিমাটি বাঢ়ি লৈ কাজিয়া চলি আছিল কিন্তু যোৱা ৰাতি ২ বজাত আমিৰ উদ্দিৰ ১১ বিঘা ধান খেতিত বিষাক্ত কীটনাশক প্ৰয়োগ কৰি ধান খেতি নষ্ট কৰে লগতে ২ বিঘা পুখুৰীত বিষাক্ত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি লাখ লাখ টকাৰ মাছৰ ক্ষতি সাধন কৰে বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে ।আমিৰুদ্দিনৰ কপালৰ ঘাম মাটিত পেলাই একমাত্ৰ উপাৰ্জনৰ পথ নষ্ট কৰাত পৰিয়াল মানসিক ভাৱে ভাঙি পৰিছে ।ঘটনা সন্দৰ্ভত আমিৰুদ্দিননে ন্যায় বিচাৰি Moirabari police station মৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰে ।ৰাতি বিষাক্ত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ সময়ত প্ৰত্যক্ষ কৰা ব্যক্তি সকলৰ নাম এজাহাৰত উল্লেখ কৰে ।

অধিক খৱৰ পঢ়িবলৈ: চন্দ্ৰবাবু নাইডুক ‘অভ্যাসগত মিছলীয়া’ আখ্যা জগন ৰেড্ডীৰ

Related Articles