বিহালী জাতীয় বিদ্যালয়ত চিত্ৰাংকণ প্ৰতিযোগীতা।

বিহালী সমষ্টিৰ বৰগাঙৰ জাতীয় বিদ্যালয়ত ছাত্র -ছাত্রী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগীতা আয়োজন কৰা হয়। এই প্ৰতিযোগীতাত বিদ্যালয়খনৰ প্ৰায় ১০০ জন ছাত্র-ছাত্রী অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীই পৰিবেশৰ ওপৰত বক্তব্য ৰাখে আৰু বৃক্ষ ৰোপন কৰে।

ইফালে জাতীয় বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রী সকলেও বিদ্যালয় প্ৰাংগনত এজোপাকৈ বৃক্ষ ৰোপন কৰা দেখা যায়।

Related Articles