Breaking

ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান মহিলা ক্ৰিকেট দল, ৭ উইকেটত জয়লাভ ভাৰতৰ…

0 40

ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান মহিলা ক্ৰিকেট দল।

পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ ভাৰতৰ।

ভাৰতক ১০৯ ৰানৰ লক্ষ্য বান্ধি দিছিল পাকিস্তানে।

প্ৰত্যুত্তৰত ১৪.১ অভাৰত ৩ উইকেটত লক্ষ্যত উপনীত ভাৰত।

অপেনাৰ শেফালি বাৰ্মাৰ ৪০, স্মৃতি মান্ধানাৰ ৪৫ ৰান সংগ্ৰহ।

৪ অভাৰত ২০ ৰান দি দীপ্তি শৰ্মাই লাভ কৰে ৩টা উইকেট।

ৰেণুকা সিং, পূজা ৱস্ত্ৰকাৰ, শ্ৰেয়াংকা পাটিলৰ দুটাকৈ উইকেট লাভ।

Leave A Reply

Your email address will not be published.