July 19, 2024 নগাঁৱৰ কঠিয়াতলীৰ গাঁওপ্ৰধানৰ হত্যাত অভিযুক্ত পলাশ আমচাঙক আটক আৰক্ষীৰ… Share FacebookTwitterWhatsAppTelegramKooEmail নগাঁৱৰ কঠিয়াতলীৰ গাঁওপ্ৰধানৰ হত্যাত অভিযুক্তক আটক৷ অভিযুক্ত পলাশ আমচাঙক আটক আৰক্ষীৰ৷ নিহত গাঁওপ্ৰধান চিৰন্তন বৰদলৈৰ গাঁৱতে ঘৰ অভিযুক্ত পলাশৰ৷ কঠিয়াতলীৰ দৈনিক বজাৰত নৃশংসভাৱে হত্যা কৰিছিল গাঁওপ্ৰধানক৷ Related Articles ২৯জানুৱাৰীৰ পৰা ৩০জানুৱাৰীলৈ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মধুপুৰ উৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । Ranjit Kumar Das দৈনন্দিন বাৰ্তা - January 23, 2025 Magh Bihu 2025: ভোগালী বিহু উপলক্ষে ঘৰমুৱা হৈছে মহানগৰীত কৰ্মৰত লোক দৈনন্দিন বাৰ্তা - January 12, 2025 Assam Police: নাগালেণ্ডৰ য়াচাং চি বস্তিৰ পৰা উদ্ধাৰ নগাই আৱদ্ধ কৰি ৰখা টীয়কৰ আৰক্ষী দল দৈনন্দিন বাৰ্তা - January 8, 2025