জ্যেষ্ঠ ভিডিঅ’ জাৰ্ণেলিষ্ট পল্লৱ বৰাৰ মৃত্যু।(Pallab Bora)
নিশা হৃদৰোগত আক্ৰান্ত হৈ প্ৰাণ গ’ল জাৰ্ণেলিষ্ট পল্লৱ বৰাৰ।
তেখেতৰ মৃত্যুত শোক প্ৰকাশ সাংবাদিক, সংগঠনৰ।
শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন।
‘ষ্টাৰ নিউজ’ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্রতিনিধি আছিল পল্লৱ বৰা।