Breaking

পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা…

0 38

অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং’। পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা।

এইবাৰৰ পৰা অনুষ্ঠিত হ’ব কায়াক প্ৰতিযোগিতা। পুনৰ অনুষ্ঠিত হ’ব চাৰ্ফিং, স্কেটবৰ্ডিং, স্পোৰ্ট ক্লাইম্বিং আৰু 3×3 বাস্কেটবল প্ৰতিযোগিতা।

২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক- ২০২৪।

Leave A Reply

Your email address will not be published.