Breaking

নেপালৰ নদীত ডুবিল ভাৰতীয় নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ…

0 18

নেপালৰ নদীত ডুবিল ভাৰতীয় নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ। ভয়ংকৰ দুৰ্ঘটনা ১১ জন নিহত।

মাৰ্চয়াংদি নদীত ডুবিল এখন উত্তৰ প্ৰদেশৰ নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ।

পোখাৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল বাছখন। বাছখনত আছিল ৪০ জন যাত্ৰী।

Leave A Reply

Your email address will not be published.