ৰাইজৰ বাৰ্তা

‘Advantage Assam2.0’। ‘এডভেন্টেজ অসম২.০’ৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

'Advantage Assam2.0'। অসমত উদ্যোগ স্হাপনৰ বাবে বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰাৰ বাবে অহা বছৰৰ ২৪ আৰু ২৫ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য 'এডভেন্টেজ অসম ২.০'ৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয়।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব লগা এই সন্মিলনৰ যাৱতীয় প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত উদ্যোগ ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ পৰা উদ্যোগ মন্ত্ৰী বড়াই বুজ লয়।

Indian Railway: বিমানৰ দৰে ৰে’ল পলম হ’লেও লাভ কৰিব বিনামূলীয়া খাদ্য, এই সুবিধা কোন কোন ৰে’লত পাব…

বিমানৰ দৰে এখন ৰে’ল পলম হ’লেও পাব পাৰে বিনামূলীয়া খাদ্য। এই সুবিধা কোনে পাব বা কোন কোন ৰে'লৰ বাবে এই সুবিধা আছে?(Indian Railway)

APSC examination:ব্যক্তিগত পুথিভঁৰালত অধ্যয়ন কৰি এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ চিলাপথাৰৰ মোহন উপাধ্যায়

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ(APSC examination) সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছে চিলাপথাৰৰ এগৰাকী অৱসৰী সেনা বাহিনীৰ জোৱান। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰক্ষী সেৱাত ৩৩ সংখ্যক স্থানত উত্তীৰ্ণ হৈছে ধেমাজি জিলাৰ চিলাপথাৰৰ ফুলবাৰী পথাৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰজাপতি উপাধ্যায় আৰু কমলা উপাধ্যায় ৰ পুত্ৰ মোহন উপাধ্যায়।

Saturday’s Horoscope: শনিবাৰ মানেই ‘শনি দশা’ নহয়, এই দিনটোত কি ভাল হ’ব পাৰে; ৰাশিফল ​​পৰীক্ষা কৰক

শনিবাৰ দিনটোত কেৱল দুখ-কষ্টহে থাকিব বুলি ভবা ধাৰণাটো শুদ্ধ নহয়। আন দিনৰ দৰে শনিবাৰৰ দিনাও ভাল বেয়াৰ সকলো হ'ব পাৰে। যিকোনো ৰাশিৰ বাবে শনিবাৰ দিনটো কেনেকোৱা হয় জানক।(Saturday's Horoscope)

Winter wedding Outfit: ঠাণ্ডা দিনত বিয়া-পাৰ্টি অনুষ্ঠানত এনেদৰে সাজ-পোছাক পৰিধান কৰক, ডিজাইনাৰ কাপোৰৰ সৌন্দৰ্য্যও ম্লান পৰিব

ঠাণ্ডা বতৰত বিয়াত উপস্থিত থকাটো অতি আমনিদায়ক হৈ পৰে যদিহে আপুনি সাজ-পোছাক পিন্ধিব নাজানে। এনে পৰিস্থিতিত এই টিপচ্ সমূহ আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে।(Winter wedding Outfit)

Popular