ৰাইজৰ বাৰ্তা

Atul Bora: ভূপেন বৰাক বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছেঃ অতুল বৰা

এইকেইদিন ভূপেন বৰাকতো(Bhupen Bora) বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছে ৷ এইফালে অলপ ঘূৰা পকা কৰি আছে ৷ দেৱব্ৰত শইকীয়াও অলপ ঘূৰা পকা কৰি আছে আৰু পাৰ্যমানে আমাক গালি পাৰিছে ৷ কৈছে অগপ মানে অতুল বৰাৰ(Atul Bora) দল, কেশৱ মহন্তৰ দল, ফণীভূষণ চৌধুৰীৰ দল

Alliance Candidate Diptimoy Chowdhury: বঙাইগাঁৱত মিত্ৰদলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ- আজি ৰাজ্যখনে বিকাশৰ এক নতুন দিগন্তলৈ গতি...

ফণীভূষণ চৌধুৰীয়ে সাংসদ হ'বলৈ ইমান ইচ্ছা কৰা নাছিলে(Alliance Candidate Diptimoy Chowdhury)৷ মই যেতিয়া প্ৰথমে ফণীভূষণ চৌধুৰীক সাংসদ হ'বৰ কাৰণে আপুনি প্ৰাৰ্থী হ'ব লাগে বুলি উল্লেখ কৰিছিলো তেখেতে মোক কৈছিল যে তেখেতৰ তেনেকুৱা কোনো আশা নাই৷

Senior journalist Gitanjali Vaishya Nath: কৰ্কটত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ, আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কন্যাৰ আবেদন

ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ(Senior journalist Gitanjali Vaishya Nath) গুৰুতৰভাৱে অসুস্থ। কৰ্কট ৰোগত আক্ৰান্ত সাংবাদিকগৰাকীয়ে বৰ্তমান হাইদৰাবাদৰ বাছাভাটাৰাকম ইণ্ড’ এমেৰিকান কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে।

Car Petrol Consumption: গাড়ী এখন ট্ৰেফিক পইণ্টত ১ মিনিট ৰ’লে কিমান পেট্ৰল খৰচ হয়? এই কথা জানেনে গাড়ীৰ মালিকে

(Car Petrol Consumption)গাড়ী চলোৱাৰ সময়ত ১ মিনিটৰ বাবে থকা ট্ৰেফিক লাইটত আবদ্ধ হৈ থাকিলে বহুলোকে সেই সময়ত গাড়ীখনৰ ষ্টাৰট বন্ধ নকৰে। এনে পৰিস্থিতিত আপোনাৰ গাড়ীত ইন্ধনৰ ব্যৱহাৰ অব্যাহত থাকে।

US Presidential Election 2024 Results: যদি ড’নাল্ড ট্ৰাম্প নিৰ্বাচনত জয়ী হয় তেন্তে প্ৰথম দিনাই ল’ব এই সমূহ সিদ্ধান্ত…

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰম্ভিক ধাৰাত আগবাঢ়িছে ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প। যদি তেওঁ জয়ী হয় তেন্তে ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথম সিদ্ধান্ত কি হ’ব।(US Presidential Election 2024 Results)

Popular