ৰাইজৰ বাৰ্তা

টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৰুজনাৰ জন্মজয়ন্তীৰ দিনা ল’লে সেৱা ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ আজি মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,পীয়ুষ হাজৰিকা আৰু পল্লৱ লোচন দাস গুৰুজনাৰ ৫৩৩...

১৪ অক্টোবৰৰ পৰা ইউপিএছছি পৰীক্ষা ।

গুৱাহাটী চলিত বছৰৰ ইউপিএছছি পৰীক্ষাৰ দিন আজি ঘোষণা কৰে৷ ইউপিএছছিৰ চিভিল ছাৰ্ভিচৰ প্ৰিলিমিনেৰী বা প্ৰাৰম্ভিক পৰীক্ষা অহা ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব৷ চিভিল ছাৰ্ভিচ মেইন অৰ্থাৎ...

টীয়কত শিল্পী সাংস্কৃতিক কৰ্মীলৈ কৃতজ্ঞতামূলক সাহায্য প্ৰদান ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ । সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হৈ শিল্পজীৱী বৰেণ্য ব্যক্তি সকল আৰ্থিক সংগ্ৰামৰ সন্মুখীন হৈছে । এই সময়ত সাংস্কৃতিক কৰ্মী তথা শিল্পীসকলে সমাজলৈ...

বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশ ল’লে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ সংৰক্ষণ আৰু গছপুলি ৰোপণৰ বাবে সংকল্পৱদ্ধ হ’বলৈ জনসাধাৰণক মুখ্যমন্ত্ৰীৰ আহ্বান ।

দিছপুৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’ভিড-১৯ অতিমাৰীৰ মাজতে অত্যন্ত সীমাৱদ্ধতাৰ মাজেৰে ৰাণী সংৰক্ষিত বনাঞ্চলৰ চকৰ্দোত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বন আৰু...

বেংকসমূহে লাভ কৰা নাই চৰকাৰৰ নিৰ্দেশাৱলী।লকডাউনকালীন চৰকাৰী সাহাৰ্য ঘোষণাতে আবদ্ধ।

গুৱাহাটী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লকডাউনৰ দীঘলীয়া সময়ছোৱাত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সকাহৰ বাবে এলানি আৰ্থিক...

Popular