ৰাইজৰ বাৰ্তা

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ ৷ বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব ৷ দুই ফৈদৰ মাজত আৰম্ভ...

তিনিচুকীয়াঃ কৰোনাৰ আতংকৰ মাজতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ৷ কিয়নো ২০২১ৰ বিধান সভাৰ নিৰ্বাচনলৈ আৰু বেচি দিন নাই৷ সেয়েহে কিছুদিনৰ পৰা...

ৰহনৰ জোন বড়াই দেখুৱাইছে কৰ্ম-সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন ।

সোণাৰি:  নৱ প্ৰজন্মৰ সন্মুখত আদৰ্শ হিচাপে ঠিয় দিছে চৰাইদেউ জিলাৰ এগৰাকী মহিলাই। সাপেখাতি ৰহনৰ এইগৰাকী মহিলাই প্ৰকৃতাৰ্থত দেখুৱাইছে কৰ্ম সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন। মহিলাগৰাকীৰ নাম জোন...

নাগৰিক পঞ্জী সম্পূৰ্ণ নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাটো অতি দূৰ্ভাগ্যজনকঃ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।

নাজিৰা  পৰা দিলীপ হাজৰিকা :   শাসনাধীষ্ঠ বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে অসমত নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা কিৰ্য অতি দূৰ্ভাগ্যজনক...

গ্ৰাম্য অৰ্থনীতিৰ ধবজাবাহক কন্যকাৰ আদৰ্শ প্ৰতিজন বিধায়কে লোৱা উচিত ৷ কন্যকাৰ আদৰ্শ ৰাজ্যজুৰি বিয়পোৱাৰ দিশত বিধায়ক পদ্ম হাজৰিকাই নেতৃত্ব লঁওক – ৰূপক শৰ্মা ৷

জামুগুৰিহাটঃ গ্ৰাম্য অৰ্থনীতিৰ ধবজাবাহকস্বৰূপ জামুগুৰিহাটৰ কন্যকা বহুমুখী কৃষি পামৰ গুৰিধৰোতা বিধায়ক পদ্ম হাজৰিকাই কন্যকাৰ আদৰ্শ ৰাজ্যজুৰি বিয়পোৱাৰ ক্ষেত্ৰত নেতৃত্ব লঁওক৷যাৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ নিবনুৱা...

দেৱাশীষ,প্ৰণৱজ্যোতিৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী তাই আহোম জাতীয় পৰিষদৰ।

টিংখাংঃ  যোৰহাট জিলাৰ মৰিয়নীৰ গাভৰু চাহ বাগিচাত একাংশ উম্মুক্ত লোকে দেৱাশীষ গগৈ নামৰ উদীয়মান যুৱক এজনক পাশৱিক অত্যাচাৰ কৰি অতি নৃশংসভাৱে হত্যা কৰা কাৰ্যক তাই...

Popular