ৰাইজৰ বাৰ্তা

নাজিৰাত অনুপ,দাদু,ধুনুৰ ছত্ৰছায়াত দিনে নিশাই অবৈধ মাটি খনন : কোৰাণেৰে ধন চপাইছে আৰক্ষী,ৰাজহ চক্ৰ কাৰ্যালয় কৰ্মচাৰীয়ে : বনবিভাগ কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন...

দিলীপ হাজৰিকা : নাজিৰা  -- শিৱসাগৰ জিলা বন সংমণ্ডল বিভাগৰ একাংশ বিষয়া আৰু নাজিৰা মহকুমাৰ একাংশ আৰক্ষী বিষয়াৰ ছত্ৰছায়াত নাজিৰা মহকুমাৰ অন্তৰ্গত শেনআলি,চানবেচা,বাউলীমৈদাম,কপহুৱা,মাদুৰি,মঠিয়াছিগা,মেজেঙ্গা,নামতি,গেলেকীত  দিনে নিশাই...

বৰঘূলী আক্ৰমণৰ লগত জড়িত দুজন গ্ৰেপ্তাৰ । ২৬ মে’ত সংঘটিত হৈছিল জল সম্পদ বিভাগৰ ঠিকাদাৰ-কৰ্মচাৰী আক্ৰমণৰ ঘটনা ।

কলিয়াবৰ কলিয়াবৰ মহকুমাৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ মাজতে সংঘটিত হৈছিল এক আক্ৰমণৰ ঘটনা। যোৱা ২৬ তাৰিখে কলিয়াবৰ বৰঘূলীত গৰাখহনীয়া প্ৰতিৰোধত নিয়োজিত একাংশ ঠিকাদাৰ,জলসম্পদৰ কৰ্মচৰীক আক্ৰমণত...

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খাইছে একাংশ কৰ্মী-বিষয়া-মুখ্য সেৱিকাই । ১২০ টকাৰ বিপৰীতে অংগনবাদী কৰ্মীয়ে বিলাইছে নিম্ন মানৰ ডেৰ-দুই কেজি পৰিমাণৰ শিশু খাদ্য ।

 এ জে আকন্দ‌, নগাঁও শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খুওৱাৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে...

মঙলদৈ অসামৰিক চিকিৎসালয়ত মুঠ ২ জন ক’ভিড আক্ৰান্ত ৰোগী

মঙলদৈ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পালে। নতুনকৈ ভৰ্তি হোৱা ক'ভিড আক্ৰান্ত ব্যক্তিজন হ'ল লালপুলৰ নদীকাষৰ নিজামুদ্দিন আলী (২০)। বুধবাৰে...

ৰাইজৰ মতামত…

"দৈনন্দিন বাৰ্তা' কাকতৰ ৱেব পট্ৰেলত প্ৰকাশ পোৱা *নগাঁৱৰ উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ বহুৱাইছে দুৰ্নীতিৰ বজাৰ*"- শীৰ্ষক বাতৰিটো মোৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোত প্ৰকাশ হোৱা ধৰণে...

Popular