ৰাইজৰ বাৰ্তা

বহিঃৰাজ্য মুম্বাইৰ পৰা শ্ৰমিক ৰে’লত আহি থকা লোকৰ মাজত খাদ্যৰ বাবে হাহাকাৰ

লংকা লকডাউনৰ পূৰ্বে বহিঃৰাজ্যত আবদ্ধ হৈ থকা বহু লোকক প্ৰতিদিনেই ৰে’লৰ জৰিয়তে আনি থকা হৈছে অসমলৈ৷ যোৱা নিশা মুম্বাইৰ পৰা ৰে’লৰ জৰিয়তে অসমলৈ অহা শ্ৰমিক...

ক’ৰোনা আতংকৰ মাজতে দৰঙত অব্যাহত চোৰাং বেহা : পানেৰীত উদ্ধাৰ ৰঙামাটিৰ চাউল

মঙলদৈ ক’ৰোনা মহামাৰীত সমগ্ৰ দেশৰ জনতা ককবকাই থকাৰ সময়তে বিনামূলীয়া সামগ্ৰীৰ চোৰাং ব্যৱসায়ীয়ে চলাই নিচে ৰমৰমীয়া ব্যৱসায়৷ ক’ৰোনা  মহামাৰীৰ বাবে চলি থকা লকডাউনৰ মাজতো অব্যাহত...

দিহিং-পাটকাই অভয়াৰণ‍্য সুৰক্ষিত ৰখাৰ দাবীৰে সামাজিক মাধ‍্যমৰ জৰিয়তে ছাত্ৰ সমাজৰ প্ৰতিবাদ

কলিয়াবৰ বহুজনে বহুজনক হয়তো সমুখত দেখা নাই, মুখামুখীকৈ কথা-বতৰা হোৱা নাই। দুখন জিলাৰ দুখন মহাবিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰী। দুয়োখন মহাবিদ‍্যালয়ৰ মাজত আছে ভৌগোলিক ব‍্যৱধান। কিন্তু সামাজিক মাধ‍্যমৰ...

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তৎপৰতাত বহিঃৰাজ্যৰ পৰা আহি সৰুসজাইত স্বাস্থ্য পৰীক্ষা নকৰা চাৰি যুৱকক গড়গাঁও মহাবিদ্যালয় কোৱাৰেণ্টাইন শিবিৰত

নাজিৰা মহামাৰী ক'ভিড-১৯ৰ বাবে লকডাউনৰ মাজতে বহিঃৰাজ্যৰ পৰা অহা অসমৰ যুৱক-যুৱতীসকলক ৰখা হৈছে কোৱাৰেণ্টাইন শিবিৰত। আজি পুৱা চাৰি বজাত গুজৰাটৰ আহমেদাবাদত থকা নাজিৰা চাৰি যুৱক...

কোৱাৰেণ্টাইন কেন্দ্ৰকলৈ তৎপৰতা বিধায়ক, উপায়ুক্তৰ : বিচনা দান দৰঙৰ বিশিষ্ট ব্যৱসায়ীৰ

মঙলদৈ বহিঃৰাজ্যৰ পৰা দৰঙলৈ আহিবলগীয়া প্ৰায় ৯ হাজাৰ শ্ৰমিক, যুৱক, শিক্ষাৰ্থীৰ মাজৰে ইতিমধ্যে ৪৪৭ গৰাকী উপস্থিত হৈছে যদিও ইয়াৰে ৮২ জনক ঘৰলৈ যাব দিয়া হৈছে৷...

Popular