ৰাইজৰ বাৰ্তা

নগাঁও জিলা আবকাৰী বিভাগৰ সোপাধিলা নীতি : সান্ধ্য আইনৰ মাজতে পুৰণিগুদাম জলাহগাঁৱৰ ননৈ পাৰৰ লগতে বিভিন্ন স্হানত চুলাইৰ ৰমৰমীয়া বেহা

নগাঁও নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ  অন্তৰ্গত গেন্ধালি, সুতাৰ গাওঁ, খাটোৱালকে আদি কৰি  পুৰণিগুদামৰ জলাহগাঁৱৰ ননৈ নৈৰ পাৰত অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ...

জামুগুৰিহাটত ভোডাফোনৰ নিন্মমানৰ নেটৱৰ্ক সেৱা

জামুগুৰিহাট লকডাউনৰ সময়চোৱাত দেশ-বিদেশৰ প্ৰতিটো  খবৰ জানিবৰ বাবেই ম’বাইল ফোনটোকেই সাৰথি কৰি লৈছে বহুলোকে৷ কিন্তু জামুগুৰিহাটত ভোডাফোনৰ নেটৱৰ্ক সেৱা অতি নিম্নমানৰ হোৱাত এই সেৱা ব্যৱহাৰকাৰী...

বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ৪২০ জনলৈ বৃদ্ধি দৰঙত : চিকিৎসালয়ৰ আছুতীয়া কক্ষৰ পৰা ঘৰলৈ যাবলৈ অনুমতি ২৩ গৰাকী লোকক

মঙলদৈ বহিঃৰাজ্যৰ পৰা ৰে’লযোগে আহি বৃহস্পতিবাৰে পুনৰ দৰঙত উপস্থিত হয় ২৭ জন লোক। এই লোকসকলক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত কোৱাৰাণ্টাইনত  ৰখাৰ...

সোণতলীত নিৰ্যাতিত তিনি সন্তানৰ মাতৃ : এজাহাৰ দাখিল আমিৰ আলীৰ বিৰুদ্ধে

সোণতলী প্ৰতিগৰাকী নাৰীয়ে বিচাৰে এগৰাকী জীৱন সংগী  আৰু এই জীৱন সংগীক লৈয়ে সপোন দেখে ভৱিষ্যৎ জীৱনৰ৷ জীৱন সংগীক লৈয়ে নাৰীয়ে আৰম্ভ কৰে নতুন জীৱন আৰু...

ৰাজ‍্যৰ স্বাস্থ‍্য আৰু শিক্ষা খণ্ডলৈ সহায় আগবঢ়াইছে তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে : মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ  দেশত ক’ৰোনাৰ সঙ্কটৰ সময়ত দেশৰ সকলো স্তৰ শঙ্কিত। সংক্ৰমণ বাঢ়ি অহাৰ লগে লগে দেশৰ চিকিৎসা খণ্ডত বাঢ়িছে অভাৱনীয় তৎপৰতা। চিকিৎসা বিভাগক সহায়ৰ দিশত দেশৰ...

Popular