ৰাইজৰ বাৰ্তা

দৰঙৰ ছিপাঝাৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মনিকা বৰগোহাঁইৰ যোগদান

দৰং  ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মঙগলবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে মনিকা বৰগোহাঁয়ে৷ দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰৰ উপস্থিতিত ছিপাঝাৰ উন্নয়ন...

মঙলদৈত ক’ভিড-১৯ৰ নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বুজ ল’লে মন্ত্ৰী ভবেশ কলিতাই

মঙলদৈ ৰাজ্যত বহিঃৰাজ্যৰ পৰা নিতৌ শ শ লোকৰ গৃহমুখী আগমণ ঘটাৰ  লগে লগে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ দৰঙৰ গৃহমুখী লোকসকলৰ সফল...

সংকটত অসম, গুৱাহাটীত অনিয়ন্ত্ৰিত পৰিস্থিতি : প্ৰব্ৰজিতৰ জৰিয়তে একেদিনাই আক্ৰান্ত ৪০, অতিক্ৰমিলে ১৫৪

গুৱাহাটী ক্ৰমাৎ অনিয়ন্ত্ৰিত পৰিস্থিতিলৈ গতি কৰিছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে। ভয়াবহ হৈছে শেহতীয়া পৰিস্থিতি। প্ৰব্ৰজিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছি ক’ৰোনাক্ৰান্তৰ সংখ্যা। মঙলবাৰে আগবেলাতে...

খাদ্য সামগ্রী বিতৰণ

ধুবুৰী লকডাউনৰ সময়ত আটাইতকৈ দুখত থকা নাপিত পৰিয়াল তীব্র খাদ্য সংকটৰ সন্মুখীন হোৱাত ধুবুৰীৰ অগ্রণী সামাজিক সংগঠন আগৰৱাল সমাজ সমিতিয়ে মঙলবাৰে অগ্নশ্ৰী ভৱনত ১০৩জন নাপিত...

স্বাস্থ্যকৰ্মীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

লখিমপুৰ সমগ্ৰ বিশ্বজুৰি ক’ৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই ভাইৰাছত ভাৰতবৰ্ষৰ লগতে ইয়াৰ বহু লোক সংক্ৰমণৰ বলি হৈছে৷ এই পর্যন্ত ৰাজ্যখনত শতাধিক লোক আক্ৰান্ত হোৱাৰ...

Popular