ৰাইজৰ বাৰ্তা

Central Foundation Day:ধেমাজিত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

ধেমাজি জিলা সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ(Sadharon Jati Surokhaa Sanmilon) আতিথ্যত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস(Central Foundation Day) উদযাপন কৰা হয়।

Udali Doctor Torture Case:উদালীৰ চিকিৎসক নিৰ্যাতন-কাণ্ডৰ ১২ অভিযুক্তক ১০ বছৰৰ জেল-জৰিমনা

১ জুন ২০২১ত হোজাই জিলাৰ লংকাৰ ফুলতলি(Phultali Model Hospital) আদৰ্শ চিকিৎসালয়ত(Udali Doctor Torture Case) থকা কভিড কেয়াৰ(COVID-19) কেন্দ্ৰত এগৰাকী কৰ্তব্যৰত চিকিৎসক সেউজ কুমাৰ সেনাপতি আৰু ললিতা ভৰালী নামৰ এগৰাকী নাৰ্ছৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাত জড়িত মুঠ ১২ অভিযুক্তক শুকুৰবাৰে হোজাই জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰি এক ৰায়দান কৰে৷

Bengmara Cup 2024:২৪ নৱেম্বৰ পৰা ‘বেংমৰা কাপ-২০২৪’ ফুটবল প্ৰতিযোগিতা

অসম ফুটবল সন্থাৰ তত্বাৱধানত,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত, বেংমৰা স্পৰ্টচ এছ'চিয়েচনৰ সৌজন্যত, পানীতোলা স্পৰ্টচ একাডেমিৰ উদ্যোগত অষ্টম বাৰ্ষিক ৰাজ্যিক পৰ্যায় "বেংমৰা কাপ-২০২৪"(Bengmara Cup 2024) ফুটবল প্ৰতিযোগিতাখনি(Football Tournament) ২৪ নবেম্বৰ পৰা পানীতোলা স্পৰ্টচ ক্লাৱ খেলপথাৰত অনুষ্ঠিত হ'ব।

MLA Akhil Gogoi:’২৬ত কাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব বিধায়ক অখিল গগৈয়ে

নৱগঠিত পাকাবেতবাৰী সমষ্টিত শুকুৰবাৰে অখিল গগৈয়ে(MLA Akhil Gogoi) পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি ৰণডংকা বজায়।

Protibondhi Surokhaa Sangstha:প্ৰতিবন্ধীৰ সমস্যাক গুৰুত্ব দিয়কঃ প্ৰতিবন্ধী সুৰক্ষা সংস্হা

প্ৰতিবন্ধী লোকৰ(Protibondhi Surokhaa Sangstha) বাবে থকা বছৰৰ বিশেষ দিনটোত প্ৰাপ্যৰ বাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব৷ প্ৰতিবন্ধী দিৱসৰ(Disable Day) জাক জমকতা বাদ দি ৰাজ্যৰ প্ৰতিবন্ধী লোকসকলক জীয়াই থাকিবলৈ দিয়ক৷(Dainandin Barta)

Popular