Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ধুবুৰীত পুনৰ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ এগৰাকী মহিলাক আটক।

যি সময়তে সমগ্ৰ ৰাজ্যত কৰোনা মহামাৰী সংক্ৰামণৰ সংহাৰী ৰূপ ধাৰণ কৰিছে তেনে সময়তে ধুবুৰী  চহৰৰ এ, এম, কো, ৰোড আৰক্ষী চকীৰ অন্তৰ্গত বগুলামাৰীৰ ছিদ্দিক আলিৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় ধুবুৰী
Read More...

পানীত পৰা লোকক উদ্ধাৰৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ : সৰ্থেবাৰীত ৩১ সাতোৰবিদক বিশেষ…

পানীত পৰা লোকক তাৎক্ষণিকভাৱে উদ্ধাৰৰ বাবে স্থানীয় সুদক্ষ যুবকক বিশেষ প্ৰশিক্ষণেৰে প্ৰতিটো অঞ্চলতে একোটাকৈ দল গঠনৰ বাবে বৰপেটা জিলাৰ উপায়ুক্তৰ উদ্যোগত গ্ৰহণ কৰা অভিনৱ ব্যৱস্থাৰ অংশ হিচাপে আজি সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনৰ ৩১ জনক প্ৰশিক্ষণ
Read More...

গুৱাহাটীৰ উর্বশী–মেঘদূত–অপ্সৰা ছবিগৃহ বন্ধ

কা’, কৰ'ণাৰ লকডাউন আৰু সান্ধ্য আইনত বিধ্বস্ত হৈ পৰিল ছবিগৃহৰ ব্যৱসায়৷ ‘কা’ আন্দোলনে তীব্র ৰূপ ধাৰণ কৰাত চৰকাৰে ঘোষণা কৰা সান্ধ্য আইনৰ পৰিপ্রেক্ষিতত ৰাজ্যত লকডাউনৰ পূর্বৰে পৰা বন্ধ হৈ থকা বহু ছবিগৃহ এতিয়া বন্ধ হোৱাৰ উপক্রম হৈছে৷
Read More...

লাহৰীঘাটৰ দক্ষিণ ঔতলাবড়ী অংগনৱাড়ী কেন্দ্রত ব্যাপক দূৰ্নীতিৰ অভিযোগ অভিভাৱকৰ

মৰিগাঁও জিলাৰ  লাহৰিঘাটত অংঙ্গনবাদী কৰ্মীৰ ব্যাপক দূৰ্নীতি। অংঙ্গনবাদী কৰ্মীয়ে শিশু খাদ্য আৰু ইউনিফৰ্ম বিতৰণ নামত সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি।কণ কণ শিশু সকলক ইউনিফৰ্ম পিন্ধাই ফটো তুলি ইউনিফৰ্ম খুলি ৰাখি  খেদি পঠিয়াই শিশুসকলক।  মৰিগাঁও
Read More...

এছিয়ান গেইমছৰ স্বৰ্ণ পদক বিজেতা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান

এছিয়ান গেইমছৰ স্বৰ্ণ পদক বিজেতা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান১৯৯৮ চনত বেংককত অনুষ্ঠিত সংস্কৰণত এছিয়ান গেইমছৰ স্বৰ্ণ বিজয়ী বেণ্টমৱেট বক্সাৰ নাংগোম ডিংকো সিঙৰ বৃহস্পতিবাৰে মৃত্যু হয়।ডিংকোৱে কেইবা বছৰ ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি
Read More...

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন অসমৰ মহিলা বক্সাৰ লাভলিনা

অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইয়ে। তাৰ লগে লগে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী মহিলা বক্সাৰ হিচাপৰে ইতিহাস ৰচনা কৰিলে
Read More...

ভাতনাপাইতিত পঞ্চায়তী কামত ব্যাপক দুৰ্নীতি।

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৭০ নং ধৰ্মপুৰ ভাতনাপাইতি গাওঁ পঞ্চায়তত চতুৰ্দশ বিত্তীয় বৰ্ষৰ কামত পঞ্চায়তখনৰ সভাপতি বছিৰ উদ্দিনে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে সভাপতি গৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
Read More...

বৰছলাত বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত সৰৱ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্য৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অধিকাংশ বাট-পথ যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলে দেখিও নেদেখাৰ দৰে থাকি  নিৰ্বিকাৰ ভূমিকা পালন কৰি আহিছে৷ফলত
Read More...

কাৰ্বি আংলঙত ড্ৰাগছৰ সৈতে মাতৃসহ দুই পুত্ৰক আটক

মাতৃ সহ দুই পুত্ৰ কাৰ্বি আংলং আৰক্ষীৰ জালত ৷যোৱা কালি নিশাৰ কাৰ্বি আংলং জিলাৰ বোকাজানত এক অভিযানত  উদ্ধাৰ হয় ড্ৰাগছ৷ আৰক্ষীৰ অভিযানকাৰী দলটোৱে বোকাজানৰ প্ৰভাস শ্বাহ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰে প্ৰায় ১২ গ্ৰাম হেৰ’ইন।বোকাজান আৰক্ষীয়ে গোপন
Read More...

কাকজানত কভিড ১৯ৰ আতংকৰ মাজতো আশাৰ কিৰণ দেখুৱাইছে এজাক তৰুণ-তৰুণীয়ে

কভিড ১৯ ৰ ভয়াৱহতা সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে বান্ধি দিয়া কঠোৰ নীতি- নিৰ্দেশনাৰ বাবে ৰাজ্যৰ নগৰ-চহৰাঞ্চলৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলতো এতিয়া লকডাউন সদৃশ পৰিবেশ। এই সময়ছোৱাত আপুনি হয়তো নিজ ঘৰতেই থাকি টেলিভিছনৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান চাই,
Read More...