Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

আন্তৰ্জাতিক টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপ কলিতাৰ খেলুৱৈলৈ সাহাৰ্য :পূব নলবাৰী কচিং চেণ্টাৰৰ উল্লেখনীয়…

মহামাৰী ক'ৰোনা ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বান্ধি দিয়া নীতি-নিয়মকে সৰোগত কৰি খেলুৱৈ সকল ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। ঘৰতে থাকি অনুশীলন চলাই আছে যদিও খোৱা-লোৱাৰ বিভিন্ন সমস্যা আহি পৰিছে। ২ বজাত সান্ধা আইন ঘোষণা কৰাৰ লগে লগে দিন-হাজিৰা
Read More...

ধুবুৰী জিলাৰ মাটিফাটা শালকাটা পথ নিৰ্মাণত ব্যাপক অনিয়ম

ধুবুৰী জিলাৰ মাটিফাটা বজাৰৰ পৰা শালকাটা বজাৰলৈ ২.৫৫২ কিঃমিঃ ৰাস্তা ৫ বছৰৰ মেৰামতিৰ বাবে ২০১৮/১৯ বিত্তীয় বৰ্ষত গড়কাপ্তানী বিভাগৰ PMGSY আঁচনিৰ অধীনত ১৫.০৩ লাখ টকা আৱণ্টন দিছিল৷ উল্লেখ্য য়ে, এই একেটা পথ অৰ্থাৎ মাটিফাটা বজাৰৰ পৰা শালকাটা
Read More...

বহিৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ ৷

পৰিয়ালৰ লোকৰ পৰা জানিব পৰামতে বোকাজান মহকুমাৰ অন্তৰ্গত ৩ নং হলৌখোৱা কলিয়াবিলৰ দেৱৰাজ চবৰৰ দ্বিতীয় পুত্ৰ জিম্বু চবৰ নামৰ ২৭ বছৰীয়া যুৱক জনে বিগত ৭ বছৰ ধৰি তামিলনাডুত কম্পেনীত কৰ্মৰত অৱস্থাত আছিল ৷ বিগত সময়ত তামিলনাডুৰ পৰা যুৱক জনৰ ঘৰৰ
Read More...

স্বাধীনতাৰ ৭৪ বছৰ পিছতো তামুলপুৰৰ কাউলীতমটঙা নৈৰ ওপৰত নহ’ল এখন দলং।

দেশ স্বাধীন হোৱাৰ ৭৪ বছৰ পিছতো ভূটান সীমান্তৰ কুমাৰীকাটা- কাউলী গড়কাপ্তানী পথৰ মাজেৰে বৈ যোৱা মটঙা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ নকৰাত সম্প্ৰতি যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগি আহিছে সীমান্তৰ হেজাৰ হেজাৰ লোকে ৷ সম্প্ৰতি দলং নথকাৰ বাবেই
Read More...

৮০ উৰ্দ্ধৰ তিনি গৰাকী আইতাই উন্মোচন কৰিলে কৃতী শিক্ষকৰ বঁটাপ্ৰাপ্ত মহেন শইকীয়াৰ ‘বিদ্যালয়ত…

বৰ্তমান সময়ত বৌদ্ধিক আৰু সচেতন মহলত বহুলভাৱে চৰ্চিত হৈছে মূল্যবোধৰ  শিক্ষাৰ প্ৰসংগ। বিদ্যালয়ত মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তাই চৰ্চা লাভ কৰাৰ সময়তে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক মহেন শইকীয়াই লিখি
Read More...

কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব সৰুসজাই ক’ভিড চিকিৎসালয়

বৃহস্পতিবাৰে পুৱা ৮বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব অত্যাধুনিক ক’ভিড চিকিৎসালয়৷ ডিআৰডিঅ’-ই মাত্ৰ ২০ দিনত প্ৰস্তুত কৰি উলিওৱা সৰুসজাইৰ অত্যাধুনিক ক’ভিড চিকিৎসালয়খন মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে৷ নতুন ক’ভিড
Read More...

নাজিৰাত ৰাজপথৰ কাষত জাবৰ পেলাই গামোচা পিন্ধি আদৰণি ল’লে কোনে ? চাঁও আহক

 নগৰখন পৰিস্কাৰ - পৰিচন্ন কৰি ৰখাৰ লগতে প্ৰদূষণ মুক্ত নগৰ হিচাপে আদৰ্শ গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি নাজিৰা পৌৰসভা কৰ্তৃপক্ষই এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । সেই মৰ্মে আজি পুৱা ভাগতে নগৰৰ মাজমজীয়াৰ  চাহ - তামোলৰ ক্ষুদ্ৰ ব্যৱসায়ি গণেশ
Read More...

অসমে লাভ কৰিলে আৰু ২খন ৰাষ্ট্ৰীয় উদ্যান

আৰু ২খন ৰাষ্ট্ৰীয় উদ্যান লাভ কৰিলে ৰাজ্যই। ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছে ৰায়মনা আৰু দিহিং পাটকাই অভয়াৰণ্যক।ইয়াকে ধৰি ৰাজ্যত এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল ৭খন।ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত দেশৰ ভিতৰতে ২য় স্থানত অৱস্থান
Read More...

১২ জুলাইৰ পৰা প্রথমখন বাজেট অধিৱেশন আৰম্ভ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ প্রথমখন বাজেট অধিৱেশন অহা ১২ জুলাইৰ পৰা আৰম্ভ হ’ব৷ মঙলবাৰে অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে এক প্রস্তাৱযোগে সেই পৰামর্শ আগবঢ়ায়৷স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদ
Read More...

এমাহঁতে পিতৃ মাতৃক হেৰুৱাই একপ্ৰকাৰৰ নিথৰুৱা হৈ পৰিছে ছিপাঝাৰৰ এটা পৰিয়ালৰ তিনিগৰাকীকৈ কন্যা…

দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কুৰুৱাৰ এটা পৰিয়াল আজি নিথৰুৱা। এমাহঁতে পিতৃ মাতৃক হেৰুৱাই একপ্ৰকাৰৰ নিথৰুৱা হৈ পৰিছে  তিনিগৰাকীকৈ কন্যা সন্তান। ছিপাঝাৰৰ ওপৰ কুৰুৱা গাঁৱৰ নিবাসী তথা পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী দিপালি দাসে ১২ মেত
Read More...