Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

তিৱা স্বায়ত্ব পৰিষদৰ এলেকাত মাক্স, চেনিটাইজাৰ আৰু সজাগতামূলক গোহাৰি পত্ৰ বিতৰণ

তিৱা স্বায়ত্ব পৰিষদৰ সিদ্ধান্ত মৰ্মে প্ৰতিটো তিৱা পৰিষদীয় সমষ্টিত প্ৰথম পৰ্যায়ত বিতৰণ কৰিবলগীয়া মাক্স,চেনিটাইজাৰ আৰু সজাগতামূলক গোহাৰি পত্ৰ ইতিমধ্যে দিবলৈ আৰম্ভ কৰিছে। বুধবাৰ 9 নং দমাল পৰিষদীয় সমষ্টিৰ সদস্য তথা প্রাক্তন মুখ্যকায্যবাহী
Read More...

কাইলৈ ২০২১ বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণ

কাইলৈ ২০২১ বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণ। এইটো এটা সম্পূৰ্ণ সূৰ্যগ্ৰহণ য'ত চন্দ্ৰই পৃথিৱীক সম্পূৰ্ণৰূপে আৱৰি ৰাখিব। চন্দ্ৰই গ্ৰহণত সূৰ্যৰ প্ৰায় ৯৪ শতাংশ গ্ৰাস কৰিব, অৰ্থাৎ গ্ৰহণ লগাব। সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ কাৰণে দিনটোত আন্ধাৰ হ'ব। এই গ্ৰহণ ভাৰতত
Read More...

আলোপতিৰ একাংশ উদীয়মান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ,গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিলে ৰাজপথ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিত একাংশ উদীয়মান যুৱকৰ প্ৰশসংনীয় পদক্ষেপ, চৰকাৰ কিম্বা জনপ্ৰতিনিধি ল'ই বাট নাচাই হাতে হাতে কোৰ-বস্তা লৈ পথ মেৰামতি কৰিলে অঞ্চলটোৰ একাংশ উদীয়মান যুৱকে। বাঘবৰ সমষ্টিৰ চহৰাঞ্চলৰ আলোপতি মাজৰচৰ বজাৰৰ পৰা
Read More...

কাগজ কল পুনৰুজ্জীৱিত কৰি আধুনিকীকৰণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীলৈ পত্ৰ অখিল গগৈৰ

কাৰাবন্দী শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰিবলৈ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। অলপতে মৃতপ্ৰায় কল দুটা নিলাম কৰিবলৈ প্ৰকাশ পোৱা জাননীৰ সম্বন্ধে পত্ৰখনৰ জৰিয়তে
Read More...

বানে ছিঙিলে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ : কেইবাখনো গাৱৰ যোগাযোগ বিচ্ছিন্ন।

যোৱা কিছুদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত বৰষুণৰ বাঢ়নি পানীয়ে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথৰ একাংশ উটুৱাই নিয়ে। ৰঙিয়াৰ সমীপৱৰ্তী বাক্সা জিলাৰ ধেপাৰগাৱত বৰষুণৰ পানীয়ে উটুৱাই নিয়ে পথটোৰ একাংশ। যাৰ ফলত পথটোৰে যাতায়ত ব্যৱস্থা
Read More...

ৰাজ্যত ক্ৰমাৎ হ্ৰাস ক’ভিড পজিটিভিটীৰ হাৰ

ৰাজ্যত ক্ৰমাৎ হ্ৰাস ক’ভিড পজিটিভিটীৰ হাৰ,২৪ ঘণ্টাত পজিটিভিটীৰ হাৰ ২.৯৬ শতাংশ,এদিনত ৰাজ্যত ক’ভিডত আক্ৰান্ত ৩৯৪৮জন,কামৰূপ(মঃ)ত নতুনকৈ আক্ৰান্ত ৩৪১জন,পৰীক্ষা সম্পন্ন হৈছিল ১ লাখ ৩৩ হাজাৰ ২১২টা,ৰাজ্যত ২৪ ঘণ্টাত ৪৩ ক’ভিড আক্ৰান্তৰ মৃত্যু
Read More...

গোবৰ্ধণা আৰক্ষীয়ে আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰী

কি উজনি, কি নামনি সমগ্ৰ ৰাজ্যজুৰি নৱ প্ৰজন্মৰ বৰবিহ স্বৰূপ  ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি অসম আৰক্ষীয়ে।বিগত এমাহ ধৰি এনে অভিযানৰ ফলত অসম আৰক্ষীৰ জালত বৰ্তমানৰলৈকে এক শতাধিক ড্ৰাগছ সৰবৰাহীক তথা সেৱনকাৰীক আটক কৰি কাৰাগাৰলৈ নিক্ষেপ
Read More...

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান ASSP ৰ।

যোৱা কালি দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ সমষ্টিৰ ধলপুৰ চৰ চাপৰিত অৱস্থিত ঐতিহ্যমণ্ডিত শিৱমন্দিৰ পৰিদৰ্শন কৰে অসমৰ নব নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ভ্ৰমণকালত সংগ দিয়ে দৰং জিলা অভিভাৱক মন্ত্ৰী চন্দ্রমোহন পটুৱাৰী,
Read More...

মৈৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহতঃএজনক গ্ৰেপ্তাৰ

আজি মৈৰাবাৰী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা এটি দলে মৈৰাবাৰীৰ ওচৰতে থকা দুৰাবান্ধি অঞ্চলত এটি অভিযান চলায়। উক্ত অভিযানত মফিজ উদ্দিন নামৰ এজন ড্ৰাগছ মাফিয়াৰ ঘৰত তালাচী চলাই মফিজ উদ্দিনক গ্ৰেপ্তাৰ
Read More...

বৰপেটা আৰক্ষীৰ ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন,৮ জুন:: বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাই আহিছে ড্ৰাগছ আৰু সুৰাৰ ব্যৱসায়ী । একাংশই চলাই এ আহিছে এনে অবৈধ ব্যৱসায়। বৰপেটা আৰক্ষীয়ে অভিযান চলাই দুজন সুৰাৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আতকধীন
Read More...