Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ৰহাৰ সাহসী বোৱাৰী নিহাৰিকা দাসৰ শহুৰেক থুলেশ্বৰ দাসৰ নিশা GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ।

অথলে গল নিহাৰিকাৰ প্ৰচেষ্টা পিতৃ স্নেহৰ অপূৰ্ব নিদৰ্শনৰ ছবি ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ নিশা ১০.৩০ বজাত মৃত্যু হয় । উল্লেখযোগ্য যে নিহাৰিকাৰ পিতৃস্নেহৰ অপূৰ্ব নিদৰ্শনৰ ছবি
Read More...

দেশত ১ লাখলৈ নামিল আক্রান্তৰ সংখ্যাঃ ২৪ ঘণ্টাত ক’ভিড পজিটিভ ১,০০,৬৩৬

ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা ধীৰে ধীৰে স্তিমিত হোৱাৰ দিশে৷ এদিনত চাৰি লক্ষাধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ পাছত এতিয়া এদিনত আক্রান্তৰ সংখ্যা ১ লাখলৈ নামিল৷ যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডত আক্রান্ত হৈছে ১,০০,৬৩৬জন৷ ৬১ দিনৰ
Read More...

ওদালগুৰিত প্ৰাক্তন এনডিএফবি কেডাৰৰ সংবাদমেল :চুক্তি অনুসৰি সংস্থাপন নোহোৱাৰ বাবেই পুনৰ জংঘললৈ গৈছে…

তৃতীয় বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ প্ৰায় ডেৰ বছৰ উকলি যোৱাৰ সময়তো চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ সংস্থাপনকে ধৰি আন আন প্ৰতিশ্ৰুতি পালন নকৰাত বৰ্তমান ভাগি পৰিছে সেইসকল কেডাৰ। ৭জুনত  ওদালগুৰিত এক সংবাদমেল সম্বোধন কৰে
Read More...

দুধনৈ আৰক্ষীৰ আন এক বৃহৎ সফলতা :আটক ৫ জন বাইক চোৰ ৯ খন বাইক,১ খন স্কুটি, ১১ খন ভুৱা নম্বৰ প্লেট সহ…

দুধনৈ আৰক্ষী থানাত এতিয়া উদ্ধাৰ হোৱা চুৰি বাইকৰ উজান উঠিছে। জিলাখনৰ অ’ত ত’ত উদ্ধাৰ হৈছে বাইক৷ ৰাস্তাই ঘাটে চুৰি বাইক উদ্ধাৰ হব ধৰিছে৷ যোৱা ৫ জুনৰ নিশা ৰংজুলিৰ কাণকাটা অঞ্চলত আব্দুল বাৰিক নামৰ ভুৱা ডি টি অ এজনক বাইক চোৰ কৰা বিভিন্ন
Read More...

মুছলপুৰৰ ৰাজপথত পিষ্টল দেখুৱাই ধন লুট দুৰ্বৃত্তৰ

পুনৰ ডকাইতি কাণ্ড সংঘটিত হৈছে বাক্সা জিলাৰ বৰমা-নিকাছী গড়কাপ্তানি পথত। জানিব পৰা মতে, বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত খাৰুজানত আজি দিন দুপৰতে সংঘটিত এক ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব
Read More...

হোজাইত ‘হেল্লো আজমল’ পৰিসেৱা মুকলি

হোজাই জিলাৰ কোভিড ৰোগীৰ আত্মীয়ৰ সুবিধাৰ্থে 'হেল্লো আজমল' নামেৰে আজমল ফাউণ্ডেচনে আৰম্ভ কৰিছে খাদ্য সামগ্রী যোগানৰ পৰিসেৱা। সেই উপলক্ষে আজি আজমল হাউছত ফ্লেগ অফ কৰি পৰিসেৱাৰ শুভাৰম্ভ কৰে যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলে।
Read More...

এন এইচ পি চিৰ পিছত গোগামুখৰ মিংমাঙত ভয়ংকৰ ক’ভিড সংক্ৰমণঃ দুদিনতে ৪২ জন লোকৰ দেহত ধৰা পৰিল ক’ভিড…

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চিত মাৰাত্মক ক’ভিড-১৯ সংক্ৰমণ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত এতিয়া ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত এই সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ উল্লেখনীয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ
Read More...

ছিপাঝাৰৰ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ছিপাঝাৰৰ ব্ৰহ্মপুত্ৰ চৰত ঐতিহাসিক ধলপুৰ পাহাৰত থকা শিৱমন্দিৰ আজি দপালপিতা বৰষুনকো নেওচি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  । উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশী , মঙলদৈ সমষ্টিৰ প্ৰাক্তন
Read More...

৪৫ নং টুপামাৰী গাওঁ পঞ্চায়তৰ ঠিকাদাৰৰূপী সভানেত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

বকো বিধান সভা সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং টুপামাৰী গাওঁ পঞ্চায়তৰ ঠিকাদাৰৰূপী পঞ্চায়ত সভানেত্ৰী জবেদা হানুনৰ বিৰুদ্ধে পঞ্চায়তী কামত হোৱা দুৰ্ণীতিৰ তদন্ত বিচাৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পঞ্চায়ত খনৰ অন্তৰ্গত
Read More...

ৰহাত অবৈধ চুলাইমদৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম শালমাৰা, কামগাঁও, ফুলগুৰি আৰু বগৰীগুৰিত শেহতীয়া তিনিদিনত ৰহা আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ চুলাইমদৰ অবৈধ ঘাটি উচ্ছেদ কৰে। জানিব পৰামতে ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসৰ
Read More...