Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

নগাঁও আৰক্ষীৰ জালত এবছৰে পলাতক হৈ থকা তাজনুৰ ওৰফে ৰাজা :মৰিগাঁও আৰক্ষীয়ে ৰাজ আতিথ্য দিছিল তাজনুৰক

নগাঁও আৰক্ষীয়ে কালি নিশা জুৰীয়াত অভিযান চলাই তাজনুৰ হুছেইন ওৰফে ৰাজা নামৰ এজন পলাতক  অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে জুৰীয়া আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নং ২৫৬/ ২০ ইউ/ এছ ৩৯৯/৪০২ আই পি চি আৰ /ডব্লিউ চেকশ্বন২৫১(এ)
Read More...

মালিবাৰী (শালমৰা)ত জলজলী নদীৰ খহনীয়াৰ ভয়ংকৰ ৰূপ : খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে গাঁৱবাসীয়ে

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত মালিবাৰী (শালমৰা) ত জলজলী নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে গঞাই । জলজলী নদীৰ শেহতীয়া খহনীয়াই অঞ্চলটোৰ প্ৰায় দুই শতাধিক পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে। যিকোনো মূহুৰ্তত বহু পৰিয়ালৰ ঘৰ
Read More...

নিউজ প’ৰ্টেলসমূহক নাকী লগাব ৰাজ্য চৰকাৰে !

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পোৱা নিউজ প’ৰ্টেলসমূহক নাকী লগাব ৰাজ্য চৰকাৰে৷ পৰ্টেলসমূহে নিৰ্দিষ্ট নীতি-নিৰ্দেশনা পালন কৰিব লাগিব আৰু শীঘ্ৰেই চৰকাৰে প’ৰ্টেলসমূহৰ ক্ষেত্ৰত ব্যৱস্থা ল’ব বুলি তেজপুৰত আজি মন্তব্য কৰিলে জনসংযোগ আৰু জলসম্পদ বিভাগৰ
Read More...

নগাঁৱৰ SP আনন্দ মিশ্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিজেপিৰ প্ৰাক্তন সাংসদৰ।

ছচিয়েল মিডিয়াত শেহতীয়াকৈ ব্যাপক ভাবে চৰ্চিত হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱলৈ অহাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰক্ষী অধীক্ষকগৰাকী কিন্তু শেহতীয়াকৈ আনন্দ মিশ্ৰৰ সন্দৰ্ভত মঙলদৈৰ
Read More...

আজি দেশবাসীক সম্বোধি ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

আজি দেশবাসীক সম্বোধি ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।বিয়লি ৫ বজাত মোদীয়ে সম্বোধন কৰিব দেশবাসীক ।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইত যোগে আজি এই কথা সদৰি কৰিছে।ভাষণত দেশৰ ক'ভিড পৰিস্থিতি তথা টিকাকৰণ অভিযানক সন্দৰ্ভত নিজৰ মত প্ৰকাশৰ
Read More...

গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ

গহপুৰ বাকৰিদলনী-কাৱৈমাৰী সংযোগী পথচোৱাৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ পথটোৰ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে কাৱৈমাৰী অঞ্চলৰ ৰাইজে । একাঁঠু বোকাত খোজকাঢ়ি পাৰ হোৱাটো এতিয়া অসম্ভৱ হৈ পৰিছে । বিশেষকৈ উক্ত পথটিৰে ইটাভাটালৈ দৈনিক
Read More...

দৰাবিলত পক্ষী নিধন : দুস্কৃতিকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনকল্যান সমিতিৰ ।

অসমৰ প্ৰখ্যাত আৰ্দ্ৰভূমি সমূহৰ অন্যতম দক্ষিণ কামৰূপৰ ৰামপুৰৰ দৰাবিলৰ বুকুত দৈনন্দিন অলেখ চৰাই বিচৰণ কৰি থাকে। স্থানীয় আৰু পৰিভ্ৰমী  চৰাইৰ  বিচৰণস্থলী দৰাবিলৰ আশে-পাশে শেহতীয়াভাৱে এচাম দুস্কৃতিকাৰীয়ে সংগোপনে পক্ষী নিধন কৰিবলৈ ধৰিছে। গত ৬
Read More...

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত : কুখ্যাত ড্ৰাগছ মাফিয়া পাপু আলিৰ বাসগৃহত উদ্ধাৰ ২৫ গ্ৰাম…

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। গোলাঘাটতো দৈনিক গ্ৰেপ্তাৰ হৈছে ড্ৰাগছৰ বহু মাফিয়া। আজি গোলাঘাট তিৰুৱাল বৰফুকন খাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ড্ৰাগছ ব্যৱসায়ী পাপু আলি বাসগৃহত ফৰকাটিং আৰক্ষীয়ে চলালে
Read More...

১৫ জুনৰ ভিতৰত উন্নত হ’ব ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি’ কেশৱ মহন্ত

  অহা ১৫ জুনৰ ভিতৰত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ আশা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ আজি সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে ৰাজ্যখনত ক’ভিড পৰীক্ষণৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰা হৈছে৷ ক’ভিডৰ সংক্রমণ যাতে বৃদ্ধি
Read More...

পাঁচবছৰে মুকলি নোহোৱা ওৰাঙৰ গৰৈমাৰীৰ এটি উপ স্বাস্থ্যকেন্দ্ৰ।

আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল - এই ফকৰা যোজনাটোৰেই উদাহৰণস্বৰূপ হৈ পৰিছে এটি উপ স্বাস্থ্যকেন্দ্ৰ । যিটো ওৰাংৰ গৰৈমাৰীত পাঁচবছৰ আগতেই স্থাপিত হৈছিল । স্থাপিত হল ঠিকেই কিন্তু আজি পৰ্যন্ত নহল মুকলি । স্বাস্থ্যকেন্দ্ৰটি গ্ৰাম্য অঞ্চলসমূহৰ
Read More...