Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মিনি লক ডাউনৰ মাজতে বাদুলিপুখুৰীত সুৰাৰ অবাধ বেহা

 যি সময়ত মহামাৰী ক'ৰণা ভাইৰাচক লৈ সমগ্ৰ বিশ্বৰ লগতে অসমৰ জনসাধাৰণ কম্পিত হৈ আছে । চৰকাৰে মিনি লক ডাউন ঘোষণা কৰি জনসাধাৰণক আত্মসুৰক্ষাৰ বাবে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান জনাইছে ,প্ৰতিজন লোককে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ বাৰে বাৰে
Read More...

বাৰবিকিউ নেচনৰ অস্থায়ী কর্মচাৰীৰ দুর্দশা : কর্মচাৰীৰ জীৱনলৈ নামি আহিছে বিপর্যয়৷

ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে একাংশ ব্যক্তিগত খণ্ডৰ কর্মচাৰীৰ জীৱনলৈ নামি আহিছে বিপর্যয়৷ গুৱাহাটী মহানগৰীৰ একাংশ বিলাসী হোটেল–ৰেষ্টুৰেণ্টৰ কর্মচাৰীয়ে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে প্রশাসনে জাৰি কৰা মিনি লকডাউনৰ ফলত
Read More...

বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই। এসময়ত প্ৰেয়সী ৰিণিকি ভূঞা শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হ’ম বুলি কোৱা মানুহজন আজি সঁচাকৈয়ে অসমৰ মুখ্যমন্ত্ৰী।ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি
Read More...

চোৰাং ব্যৱসায়ীৰ ভু স্বৰ্গলৈ ৰূপান্তৰিত হৈছে মাজবাট,ওদালগুৰি

গাঞ্জা মাফিয়াৰ দপদপনি । বিঘ্নিত হৈছে -শৈক্ষিক, সমাজিক পৰিবেশ  ওদালগুৰি জিলাৰ অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাট এতিয়া চোৰাং ব্যৱসায়ীৰ ভু স্বৰ্গলৈ পৰিনত হৈছে ।  গাঞ্জা মাফিয়াৰ দৌৰাত্ম্যই সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰি তুলিছে ।বিঘ্নিত হৈছে
Read More...

মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰৰ সত্ৰাধিকাৰৰ বিষয়ে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য দি আৰক্ষীৰ জালত…

সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰৰ এগৰাকী সত্ৰাধিকাৰক লৈ অলপতে কমলাকান্ত বৰা নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাত সমগ্ৰ মাজুলীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।পূজ্যপাদ
Read More...

কেটেতং বাবু পথাৰত ভয়ংকৰ বাইক দুৰ্ঘটনা : থিতাতে নিহত এজন

তিনিচুকীয়া জিলাৰ  মাৰ্ঘেৰিটা আৰক্ষী থানাৰ  অন্তৰ্গত  কেটেতং বাবু পথাৰত আজি আবেলি প্ৰায় চাৰি বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় |দুখন বিপৰীত দিশৰ পৰা অহা বাইকৰ মূখামূখী সংঘষৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে
Read More...

শীঘ্রে পানীদিহিং পক্ষী অভয়াৰণ্য পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হব : মন্ত্রী বিমল…

শিৱসাগৰ জিলাৰ ডিমৌত কেন্দ্ৰীয় পৰ্যটন বিভাগৰ স্বদেশ দৰ্শন আঁচনিৰ অধীনত নির্মীয়মান অৱস্থাত থকা ডিমৌৰ ৰাজমাইত অৱস্থিত পৰ্যটন গৃহটি ২ জুনত  পৰিদৰ্শন কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰাই। ডিমৌৰ পৰা কিছু নিলগৰ ৰাজমাইত ৩৭ নং ৰাষ্ট্ৰীয়
Read More...

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত দীপৰ বিলৰ উপযুক্ত সংৰক্ষণৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগৰ…

বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰা দীপৰ বিলখনক বিজ্ঞানসন্মত ভাবে সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে । বিশেষকৈ বিগত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ কিছুদিন পূৰ্বে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপৰ বিলত এটা
Read More...

চিৰাঙৰ শ্ৰমিক পৰিয়ালৰ কৰুণ মৃত্যু,শুই থকা অৱস্থাতে শৰীৰৰ ওপৰেদি পাৰ হৈ গল হাইড্ৰা

 অৰুনাচল আপাৰসিং জিলাৰ পথ নিৰ্মানৰ কামত নিয়োজিত চিৰাঙৰ শ্ৰমিক পৰিয়ালৰ কৰুন মৃত্যু। জানিব পৰা অনুসৰি চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ২নং আব্দাগুৰি গাঁওৰ বাসিন্দা আমজাদুৰ ৰহমান অৰুনাচলৰ আপাৰসিং জিলাৰ ফুৰুং (টুটিং) চলি থকা পথ নিৰ্মানৰ
Read More...

দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী বৰলীয়া নৈৰ ওপৰৰ বাঁহৰ সাঁকো উটুৱাই নিলে বাঢ়নী পানীয়ে।

তামুলপুৰ মহকুমাৰ দ্বাৰকুছিৰ সমীপৰ লাছিঘাটত বৰলীয়া নৈৰ ওপৰত থকা এখন বাঁহৰ সাঁকো আজি বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত অঞ্চলটোৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী পথৰ লাছিঘাটত থকা বাঁহৰ দলংখন আজি
Read More...