Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ছিপাঝাৰ উন্নয়ন খণ্ডত এম জি এনৰেগাৰ ৩০ কোটিৰ কেলেংকাৰীৰ অভিযোগ

দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডত  চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে ৰূপায়ন কৰা  এমজিএনৰেগা আচনিৰ নামত  প্ৰায় ৩০ কোটি অধিক টকাৰ এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উথাপিত হৈছে । দুৰ্নীতি বিৰোধী যুৱ শক্তি , অসমৰ দৰং জিলা সমিতিয়ে লিখিতভাৱে দাঙি
Read More...

তিনি মাহতে পুৰণি জে’লৰ ভূমিত উদ্ভিদ উদ্যান স্থাপনৰ নির্দেশ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ শনিবাৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলৰ উপস্থিতিত বিভাগটোৰ অধীনত ৰূপায়িত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ পর্যালোচনা কৰে৷ মুখ্যমন্ত্রীয়ে অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কার্যসূচী, গুৱাহাটী
Read More...

ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা দুজন আচামীৰ পলায়ন

পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা দুজন আচামী পলায়ন কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।শনিবাৰে নিশা চেন্টাৰটোৰ খিৰিকী ভাঙি পলায়ন কৰে আচামী দুজনে।পলায়ন কৰা আচামী দুজন ক্ৰমে বৰলংকি টিমুং আৰু জন ইংতি
Read More...

গোলাঘাটত এখন পুৰণি নাৱৰ সম্ভেদ : অব্যাহত আছে উদ্ধাৰ অভিযান

 গোলাঘাটত সম্ভেদপোৱা গৈছে  ঐতিহাসিক যুগৰ এক  প্ৰত্নতাত্ত্বিক সম্পদ।নদীত পোঁত গৈ থকা অৱস্থাত পোৱা গৈছে ৩০০ ৰ পৰা ৪০০ বছৰ পুৰণি এখনি নাওঁ। গোলাঘাটৰ ৰঙাজান গ্ৰান্টস্থিত শালমৰাটোপ গাঁৱত উদ্ধাৰ নাওঁখন।ধনশিৰি নদীৰ বুকুত পোঁত গৈ থকা অৱস্থাত
Read More...

শংকিত দলগাঁৱৰ বদলি বৰালিৰ নৈপৰীয়া ৰাইজ ,ভেটিহীন বহু পৰিয়াল ।

দৰঙৰ দলগাওঁ সমষ্টিৰ বদলি বৰালিত  অব্যাহত আছে ধনশিৰি - ব্ৰহ্মপুত্ৰ নদীৰ  তীব্ৰ গৰাখহনীয়া ।  খহনীয়াৰ কবলত পৰিছে  বদলি বৰালি গাৱৰ  বৃহৎ এলেকা । নদীত জাহ গৈছে  শ শ কৃষি ভূমি , ভেটিহীন  হৈছে কেইবা শতাধিক  পৰিয়াল  । মাটি ভেটি হেৰুৱায়  শংকিত
Read More...

লখিমপুৰৰ ১০খন গাঁৱত ৰাইজৰ হাহাকাৰ : নিশা নীপকোৱে এৰিলে ৰঙানদী প্ৰকল্পৰ পানী।

নীপকোৱে নিশা  ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত হাহাকাৰৰ সৃষ্টি হৈছে  লখিমপুৰৰ ১০ খন গাঁৱত।ৰঙানদীৰ পানীয়ে উটুৱাই নিলে পাঁচনৈৰ দলং। দলং উটুৱাই নিয়াৰ ফলত ১০খনৰো অধিক গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন।  ১নং পঁচনৈ, ২ নং পাঁনৈ, ডিজু চাপৰিকে ধৰি
Read More...

কৃত্ৰিম বানৰ বাবে নলবাৰী চহৰৰ মাজমজিয়াৰ ১২ নং ৱাৰ্ডৰ পথ বন্ধ কৰিলে ৰাইজে ৷

বৰ্তমান এই ভৰ বাৰিষাৰ সময়ত কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ বিচাৰি নলবাৰীৰ একাংশ ৰাইজৰ প্ৰতিবাদ ৷ নলবাৰী পৌৰসভা হায় হায় শ্লোগানৰে প্ৰতিবাদ কৰি আজি নলবাৰীৰ একাংশ ৰাইজে বন্ধ কৰি দিলে এটি গুৰুত্বপূৰ্ণ পথ ৷ মন কৰিবলগীয়া বিষয় যে, নলবাৰী চহৰৰ
Read More...

দিকৰাইৰ গেলাহাটিঙা চাহ বাগিচাত যুৱকৰ আত্ম হত্যা

 বিশ্বনাথ জিলাৰ ইটাখোলা উপ-আৰক্ষী চকী অন্তৰ্গত দিকৰাইৰ গেলাহাটিঙা চাহ বাগিচাৰ নিৱাসী লক্ষীন্দৰ চাওৰাৰ কনিষ্ঠ পুত্ৰ কুশল চাওৰা(১৭) নামৰ এজন যুৱকে আত্ম হত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰিছে। জানিব পৰা মতে আজি পুৱা বেলাত
Read More...

নগাঁও আৰু কাছাৰ পেপাৰ মিলৰ নিলাম স্থগিত ৰাখিবৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

অসমত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ দুটা বন্ধ হৈ থকা পেপাৰ মিলৰ নিলাম বাতিল কৰিবলৈ আৰু দুয়োটা কাৰখানাৰেই পুনৰুজ্জীৱিতকৰণ নিশ্চিত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক
Read More...

বিপদ সংকুলতাৰে যাতায়ত।এজাক বৰষুণতে বিধস্ত হৈ পৰিছে ওৰাং ৰাষ্টীয় উদ্যানলৈ যোৱা দুটি পথ ।

আজি তিনিদিন ধৰি হোৱা নেৰা নেপেৰা বৰষুনৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা দুটি পথ বিধস্ত হৈ পৰিছে । ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন ধনশ্ৰীঘাটৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা গড়কাপ্তানী পথটো আৰু ওৰাং টাউনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ
Read More...