Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

উত্তৰ পূৰ্বাঞ্চলৰ ডঃ দিব্যজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা।

দেশৰ আগশাৰীৰ সন্মানীয় ৰাষ্ট্ৰীয় গৌৰৱ বঁটা সমিতিয়ে আজি ডিজিটেল মাধ্যম যোগে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াক সন্মানীয় "ৰাষ্ট্ৰীয় গৌৰৱ বঁটা"প্ৰদান কৰে।উল্লেখযোগ্য যে আন আন
Read More...

শোকাৱহ ঘটনা, মইনবৰীত বজ্ৰ পৰি দুজন যুৱকৰ মৃত্যু

বৰপেটা জিলাৰ ইতিহাস প্ৰসিদ্ধ মইনবৰীত বজ্ৰপাতত দুজন ল’ৰাৰ মৃত্যু হোৱাত অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে শনিবাৰে আবেলি এজাক প্ৰৱল ধুমুহা আৰু বৰষুণ অহাৰ সময়তে বজ্ৰপাত পৰে। এই বজ্ৰপাতত ল’ৰা দুজনৰ মৃত্যু হয়।মৃত ল’ৰা দুজনৰ এজন
Read More...

চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক নিজৰ পছন্দৰ স্থানত সেৱা আগবঢ়োৱাৰ সুবিধা প্ৰদান মুখ্যমন্ত্ৰীৰ

কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হোজাই জিলাৰ উদালিত কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।ডাঃ সেনাপতিৰ মাতৃ আৰু
Read More...

অইলৰ গ্রীন এম্বেছাডৰ ৰূপে নিযুক্তি অৰণ্য মানৱ যাদৱ পায়েঙক

অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত দুলীয়াজানস্থিত ক্ষেত্রীয় মুখ্য কার্যালয়কে ধৰি অইলৰ বিভিন্ন বিভাগীয় কার্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ এই দিৱসৰ তাৎপর্যৰ সৈতে সংগতি ৰাখি অইলে গছ ৰোপণ কার্যসূচী হাতত লয় আৰু ক্ষেত্রীয় মুখ্য
Read More...

কদৰ্যময় পথৰ দুৰৱস্থাৰ বাবে কৰ্তব্যৰত আৰক্ষীও যেতিয়া বিপাঙত পৰে

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ ৩ নম্বৰ ৱাৰ্ডৰ এটা গুৰুত্বপূৰ্ণ পথ । আচলতে পথ বুলি ক'লে এতিয়া ভুল কৰা হ'ব । কঠীয়া ৰুব পৰা এক পৰিৱেশ । য'ত কৰ্তব্যৰত আৰক্ষীৰো হ'ল নগুৰ-নাগুতি । হাওৰাঘাটৰ যমুনা নৈৰ কাষেৰে ৰাজহুৱা শ্মশান তথা মাটিখোলা গাঁৱলৈ
Read More...

শ্রীৰামপুৰত কন্টেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ : চালকক গ্রেপ্তাৰ

ৰাজ্যৰ বিভিন্ন জিলাত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্র কৰি তোলাৰ সময়ত কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱ মহকুমাৰ অন্তৰ্গত অসম পশ্চিমবংগ সীমান্তৱৰ্ত্তী শ্রীৰামপুৰত আজি ৰাতিপুৱা প্রায় পাঁচ বজাত ৩১ নং (গ)ৰাষ্ট্ৰীয় ঘাইপথত শিমূলটাপু আৰক্ষী চকী ৰ
Read More...

নলবাৰীত ডকাইত-আৰক্ষীৰ সংঘৰ্ষত তিনি ডকাইত আহত

নলবাৰীৰ মুগকুছিতত যোৱা নিশা আৰক্ষী আৰু ডকাইতৰ  মাজত গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় । মহিন্দ্ৰা জাইল’ গাড়ী লৈ অহা এটি ডকাইতৰ দলে নলবাৰী-হাজো আহি থকাৰ সময়ত আৰক্ষীৰে সংঘৰ্ষ হয় । আৰক্ষীয়ে ডকাইতৰ বাহনখনৰ চকাত গুলিয়াই গাড়ী খন ৰখাই দিয়াত
Read More...

‘মা’ৰ বুকুৰ গাখীৰো উৎপাদন কৰা হ’ল লেবৰেটৰীত

নৱজাতক শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অতিকৈ প্ৰয়োজনীয় মাতৃদুগ্ধ। পিছে এনে বহু শিশু আছে, যি খুব কম দিনতে হেৰুৱাই মাতৃক। তেনে নৱজাতক বঞ্চিত হয় মাতৃদুগ্ধৰ পৰা। পিছে বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ ফলত তেনে শিশুৱেও এতিয়াৰে পৰা
Read More...

প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দি গ্ৰেপ্তাৰ চলমান

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰিবলৈ ফোন কৰা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। খাজুৰী খাছ আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযুক্ত চলমানক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, ২২ বছৰীয়া চলমানে যোৱা নিশা আৰক্ষীক ফোন কৰিছিল আৰু
Read More...

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত সংবাদমেলৰ আয়োজন

 ক’ভিড প্ৰতিৰোধী নীতি-নিৰ্দেশনা সন্দৰ্ভত পুনৰ বিবেচনা কৰা কৰিব চৰকাৰে৷ ৭ মে’ত নতুন নিয়ম বলৱৎ কৰা নকৰা সন্দৰ্ভত পুনৰ বিবেচনা হ’ব৷ ১৫ জুনলৈকে এতিয়াৰ নাতি-নিৰ্দেশনাই বাহাল থকাৰ সম্ভাৱনা আছে। এই বিষয়ে প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ
Read More...