Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

জামুগুৰি ইউকো বেংকত দালালীৰ দপ-দপনি, ঋণ দিয়াৰ নামত নিবনুৱা যুৱকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ইউকো বেংকত ঋণ দিয়াৰ নামত বৃহৎ দূৰ্নীতি সংঘটিত হৈছে ৷ বেংকটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ঋণ দিয়াৰ নামত দালালীৰ জৰিয়তে  সৰ্ব্বসাধাৰণ ৰাইজৰ পৰা উৎকোষ লৈ থকাৰ গুৰুত্বৰ অভিযোগ পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ এই দালালী
Read More...

বিশিষ্ট সমাজকৰ্মী শ্ৰীদেৱেশ্বৰ দলৈৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীদেৱেশ্বৰ দলৈৰ আজি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৮ বছৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ
Read More...

ৰাজ্য চৰকাৰে ক্রয় কৰক নগাঁও–কাছাৰ কাগজ কল !প্রদ্যুৎ বৰদলৈ

 অসম চৰকাৰক নগাঁও আৰু কাছাৰ কাগজ কল দুটা ক্রয়ৰ পৰামর্শ দিছে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷ এই সম্পর্কত সাংসদ বৰদলৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এক পত্রত সেই পৰামর্শ আগবঢ়াই কয় যে চৰকাৰী লিকুইডেটৰৰ ফ্ল’ৰ মূল্যত অসম চৰকাৰে কাগজ
Read More...

মাৰ্ঘেৰিটাত কোন এই ক’ভিড পটকল ভংগকাৰী : সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক দূ-ব্যৱহাৰ

 সমগ্ৰ তিনিচুকীয়া জিলাতে ভয়াবহ গতিত বৃদ্ধি পাৱলৈ ধৰিছে ক'ভিড আক্ৰান্ত ৰোগী সংখ্যা | জিলাখনৰ অন্তৰ্গত  মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা| বিগত ২৪ ঘণ্টাত কিশোৰসহ বহু কেইজন লোক আক্ৰান্ত হৈছে ক'ভিডত| ইয়াৰ
Read More...

উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰিবলৈ মুখ্যমন্ত্ৰী ও স্থানীয় বিধায়কলৈ আহ্বান মাৰ্ঘেৰিটা আঞ্চলিক…

সমগ্ৰ ৰাজ্যজুৰি আৱ্যাহত থকা ক'ৰনা মহামাৰীৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপৰ বাবে মাৰ্ঘেৰিটা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।তেখেতৰ নেতৃত্বতে অসমে উন্নতি শীখৰত আৰোহন
Read More...

অচিৰে বন বিভাগৰ ৩ হাজাৰ খালী পদত নিযুক্তি

এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰিয়ে খালী হৈ থকা ৩,০০০ পদ পূৰণ কৰিব বন বিভাগে৷ এই কথা স্পষ্ট কৰিলে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে বিগত বর্ষত বিভাগে ১,২৫০টা পদৰ
Read More...

লাহৰীঘাটত পত্নীক যৌতুকৰ বাবে কেৰাচিন ঢালি হত্যা কৰা স্বামী জিন্নত আলী ক জেললৈ প্ৰেৰণ

মৰিগাঁও  জিলাৰ লাহৰীঘাটত স্বামীয়ে  কেৰাচিন দি জ্বলাই হত্যা কৰিলে পত্নীক !যোৱা ২২ মে ত লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰিত জিন্নত আলীয়ে পত্নী জোনমনি বেগমৰ  শৰীৰত কেৰাচিন ঢালি জ্বলাই দিছিল !গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কালি মৃত্যু হয়
Read More...

আজিৰে পৰা বন্ধ শৰাইঘাটৰ পুৰণি দলং

আজিৰে পৰা বন্ধ শৰাইঘাটৰ পুৰণি দলং ,শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতিৰ বাবে বন্ধ হৈ পৰিছে যাতায়ত ,তিনিমাহলৈ বন্ধ থাকিব পুৰণি দলঙেৰে যাতায়ত,বিশেষ পদ্ধতিৰে পুনৰ মেৰামতি কৰা হ’ব দলংখন,নতুন দলঙেৰে অব্যাহত থাকিব যাতায়ত
Read More...

বাতিল হ’ল ২০২১ বৰ্ষৰ অম্বুবাচী মেলা

 কৰ’নাৰ বাবে বাতিল হ’ল ২০২১বৰ্ষৰ অম্বুবাচী মেলা৷ সীমিত ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হ’ব অম্বুবাচী মেলাৰ পূজা৷ কৰ’নাৰ ভয়াবহকতাৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে মন্দিৰ পৰিচালনা সমিতয়ে৷ ২২ জুনত হ’ব অম্বুবাচীৰ প্ৰবৃত্তি৷ তেতিয়াৰ পৰা
Read More...

অসুস্থ শহুৰেকক কান্ধত তুলি চিকিৎসালয়লৈ লৈ গ’ল বোৱাৰীয়ে ! ক’ৰ ঘটনা এয়া চাঁও আহক

ৰহাৰ ঘটনা এয়া! বোৱাৰীয়েকে কান্ধত তুলি হাস্পতাললৈ লৈ গল অসুস্থ শহুৰেকক। ৰহাৰ পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত  দেখা গল এই দৃশ্য। আৰু ইয়াৰ পৰাই ১০৮ৰ সহায়ত শহুৰেকক লৈ যোৱা হয় নগাঁৱলৈ।জানিব পৰা মতে, ৰহাৰ ভাটিগাঁও নিবাসী থলেশ্বৰ দাস নামৰ এগৰাকী
Read More...