Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

খাৰুপেটিয়াত চাৰি গাঞ্জা সৰ্বৰাহকাৰী আটক

দৰং জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত জিলাখনৰ আৰক্ষীয়ে  অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতিৰ নেতৃত্বত চলা
Read More...

পূব নলবাৰী কচিং চেণ্টাৰৰ দুৰ্দশাগ্ৰস্ত খেলুৱৈৰ কাষত ড° অৰ্চনা ভটাচাৰ্য্য

বৰ্তমান সময়ত অসমত খেলুৱৈৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে। বিশেষকৈ ক'ভিডৰ সময় ছোৱাত খেলুৱৈৰ দুৰ্দশা আৰু দুগুনে বৃদ্ধি পাইছে। বহুত খেলুৱৈয়ে এসাজ খায় এসাজ লঘোনে থাকিবলগীয়া পৰিস্থিতৰ সৃষ্টি হৈছে। ঠিক সেই সময়তে নলবাৰী জিলাৰ অগ্ৰণী ক্ৰীড়া
Read More...

ড্ৰাগছৰ পিচত এইবাৰ জুৱাৰ বিৰুদ্ধে অভিযান বৰপেটা আৰক্ষীৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ ড্ৰাগছ আৰু জুৱা বিৰোধী অভিযান তীব্রতৰ কৰাৰ সমান্তৰালকৈ  বৰপেটা আৰক্ষীও এই ক্ষেত্ৰত পিছ পৰি থকা নাই। সময়ে সময়ে বৰপেটাৰ আৰক্ষীয়ে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই গৈছে। বিভিন্ন অপৰাধীৰ ৰৈম্য ভূমিত পৰিণত হৈ
Read More...

গোৱালপাৰা আৰক্ষীৰ সফল অভিযান : আটক আহমেদ আলী নামৰ এজন গাঞ্জা ব্যৱসায়ী

কালি বিয়লি ৬:৩০ মান বজাত গোৱালপাৰাৰ বলদমাৰী চৰ অঞ্চলৰ কালু বজাৰ দলংৰ কাষত এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা সদৰ আৰক্ষীৰ আৰক্ষীয়ে এজন গাঞ্জা ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আৰক্ষীয়ে প্ৰায় দূঘন্টা ধৰি বাহৰ পাতি
Read More...

লাহদৈগড় আৰক্ষীৰ জালত আইপিএল সদৃশ খেলৰ নামত বৃহৎ জুৱা, মোবাইল এপৰ জড়িয়তে জুৱা চলোৱা তিনি এজেণ্ট…

যোৰহাটত জিলা লাহদৈগড় আৰক্ষীয়ে এইবাৰ আই পি এল সদৃশ খেলৰ নামত বৃহৎ জুৱা চক্ৰ উৎখাট কৰিছে। লাহদৈগড় আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ এজেণ্ট। লাহদৈগড় আৰক্ষীৰ অভিযানত মেলেং মধুপুৰৰ পৰা  দিপু দাস, অচিন্ত বৰাৰ লগতে আৰু এজন এজেণ্ট পৰিছে আৰক্ষীৰ
Read More...

কানি খাই থকা অৱস্তাত টিংৰাই বেতনি গাওঁত দুই ভূৱা সাংবাদিকক আটক ৷

ডিগবৈ থানা অন্তৰ্গত টিংৰাই সমীপৰ বেতনি গাৱঁত যোৱা কালি নিছাসক্ত অৱস্তাত দুই ভূৱা সাংবাদিকক হাতে-লুটে ধৰা পেলাই স্থানীয় ৰাইজে ৷ জানিব পৰামতে কিছু দিনৰ পূৰ্ৱে খোলা Tinsukia today 24×7 লাইভ নামৰ এটা ফেচবুক চেনেলত নিজকে কৰ্মৰত বুলি চিনাকি
Read More...

ধুবুৰীৰ এ এম কোঃ ৰোডৰ ইছলাম নগৰত অভিযান : ড্ৰাগছ জাতীয় সামগ্ৰী সহ দুজন যুৱকক গ্ৰেপ্তাৰ ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী আৰক্ষীৰ এটা সজাতি দলে ধুবুৰীৰ এ এম কোঃ ৰোড অঞ্চলৰ ইছলাম নগৰত অভিযান চলাই ব্ৰাউন চুগাৰ, কণ্টেইনাৰ, হুকা, কফ চিৰাফ আৰু বিভিন্ন
Read More...

নলবাৰীৰ নতুন উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ মুকালমুৱা পৰিদৰ্শন :ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হব…

নলবাৰী জিলাৰ নতুন উপ আৰক্ষী অধীক্ষক (সদৰ) জিকিৰাণী মহন্তই কালি নলবাৰীত যোগদান কৰিয়েই আজি মুকালমুৱা অঞ্চল পৰিদৰ্শন কৰে ৷ জিলাখনৰ নতুন উপ আৰক্ষী অধীক্ষক (ডিএছপি) গৰাকীয়ে আজি জিলাখনৰ দক্ষিণ প্ৰান্তৰ মুকালমুৱাত উপস্থিত হৈ বিভিন্ন দিশ
Read More...

ক’ভিড যোদ্ধাৰ মাজত খাদ্য বিতৰণ আইমী বৰুৱাৰ

গুৱাহাটীৰ হেঙৰাবাৰী প্ৰাথমিক চিকিৎসালয়ত অভিনেত্ৰী আইমী বৰুৱা। কোভিড যোদ্ধা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক খাদ্য বিতৰণ কৰিলে অভিনেত্ৰীগৰাকীয়ে। নিজ হাতেৰে তৈয়াৰ কৰা খাদ্য বিতৰণ কৰিলে আইমী বৰুৱাই। মহামাৰীৰ এই দুৰ্যোগৰ সময়ত দিন–ৰাতি একাকাৰ
Read More...

কাকজান চাহ বাগিচাত এজন কৰ্মচাৰী মৃত্যুক লৈ চিকিৎসকৰ লগত সংঘাত

যোৰহাট জিলা কাকজান চাহ বাগিচাত কালি নিশা এজন ৰোগী মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসক আৰু নাৰ্চক দু- ব্যৱহাৰ কৰাৰ ঘটনাই এক চেপা উওেজনা বিৰাজ কৰি আছে।প্ৰাপ্ত তথ্য মতে কাকজান চাহ বাগিচাৰ কৰ্মচাৰী ৰাজু ৰবি দাস(৫৪) মেকানিকেল বিভাগত যোৱা ২৯ মে তাৰিখৰ
Read More...