Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্তৰ বাবে টাস্কফোৰ্চ গঠনৰ নিৰ্দেশ ।

ধুবুৰীত ছিণ্ডিকেটকে ধৰি কোনোধৰণৰ অবৈধ কাৰ্যকলাপ চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে উপায়ুক্ত অন্বামুথন এম পিয়ে। সংবাদমেল পাতি  উপায়ুক্তগৰাকীয়ে কয় যে ছিণ্ডিকেটৰ সঠিক তদন্তৰ বাবে সকলো বিভাগক সাঙুৰি টাস্কফোৰ্চ গঠন কৰা হ'ব বুলিও ঘোষণা কৰে
Read More...

মাত্ৰ এপাহ ফুল ছিঙাক কেন্দ্ৰ কৰি লাহৰীঘাটৰ পশ্চিম বৰখাঁবলত প্ৰচণ্ড মাৰপিটৰ ঘটনা

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত পশ্চিম বৰখাঁবল গাঁৱত যোৱা ৩১ মে'ত দুটা ফৈদৰ মাজত এজোপা ফুল ছিঙাক লৈ দুই ফৈদৰ মাজত বিবাদৰ ফলত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে লাহৰীঘাট
Read More...

প্রধানমন্ত্রী মোদীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি ৭ লোককল্যাণ মার্গস্থিত চৰকাৰী বাসভৱনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে আজি এক চমু আলোচনাত মিলিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত প্রথমবাৰৰ বাবে দিল্লী
Read More...

বজালী জিলাৰ দুটা স্থানত দেশীয় সুৰা জব্দ

 বজালী জিলাত দেশীয় সুৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বজালী জিলা আৰক্ষী অধীক্ষক। বুধবাৰে সন্ধিয়া বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্ব বজালী জিলাৰ দুটা স্থানত দেশীয় সুৰাৰ বিৰুদ্ধে অভিযান চলায় ২০০ লিটাৰ দেশীয় সুৰা জব্দ কৰি নষ্ট
Read More...

টীয়কত বিশ্ব বাইচাইকেল দিৱস উদয়াপন

বিশ্ব চাইকেল দিৱস প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ
Read More...

মাজুলী শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰিলে ভ্ৰাম্যমাণ চিকিৎসালয়

মাজুলীত নিৰ্মাণ হৈছে এখন ভ্ৰাম্যমাণ চিকিৎসালয়। গহপুৰ আৰু মাজুলীৰ সীমামুৰীয়া দুৰ্গম চৰ-চপৰি অঞ্চলত চলিব এই নৌকা চিকিৎসালয় খন। এখন চৰকাৰী চিকিৎসালয়ৰ সকলো সুবিধা থাকিব নৌকা চিকিৎসালয়ত। ৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৌকা
Read More...

বৰছলাৰ ভৰাশিঙৰীত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়াঃব্যৱস্থা গ্ৰহণৰ দাবী কৃষক শ্ৰমিক নেতা প্ৰশান্ত…

সমাগত বাৰিষা আজিও উন্মুক্ত ৰাজ্যৰ অধিকাংশ নদ-নদীৰ মথাউৰি৷বাৰিষাৰ আৰাম্ভনিতে নদ-নদী সমূহৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে৷সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ নদীয়ে বৰছলাৰ ভৰাশিঙৰীত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে৷ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ
Read More...

মৰিগাঁৱত অসম চৰকাৰৰ মূখ্য সচিব জিষ্ণু বৰুৱা

 যোৱা  পহিলা জুনত  মৰিগাঁও জিলাত অসম চৰকাৰৰ মুখ্য সচিৱ জিষ্ণু বৰুৱা আহি উপস্থিত হয় | মুখ্য সচিব গাৰকীক সভাপতিত্বত আৱৰ্ত ভৱনত জিলা উপায়ুক্ত সীমাৰেখা ভূঞা, আৰক্ষী অধীক্ষকৰ লগতে, উচ্চ পৰ্য্যায়ৰ বিষয়া সকল এক আলোচনাত মিলিত হয় | মুখ্য সচিৱ
Read More...

লাহৰীঘাটত স্বামীয়ে পত্নীক যৌতুকৰ বাবে কেৰাচিন ঢালি হত্যাৰ অভিযোগ

মৰিগাঁও জিলাৰ লাহৰীঘাটত স্বামীয়ে  কেৰাচিন দি জ্বলাই হত্যা কৰিলে পত্নীক !যোৱা ২২ মে ত লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰিত জিন্নত আলীয়ে পত্নী জোনমনি বেগমৰ  শৰীৰত কেৰাচিন ঢালি জ্বলাই দিছিল !গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কালি মৃত্যু হয়
Read More...

নগাঁৱত আৰক্ষীৰ বাহনতে আত্মহত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত চোৰৰ

ড্ৰাগছৰ বাবেই বৰ্তমান নগাঁৱৰ যুৱপ্ৰজন্ম জড়িত হৈ পৰিছে অপৰাধ জগতৰ সৈতে। আজি নগাঁওত  সংঘটিত হোৱা এক ঘটনাই  পুনৰ  তাকে প্ৰমাণ কৰিলে। জানিবপৰা মতে, আজি পুৱা নগাঁও চহৰৰ মৰিকলং স্থিত নগাঁও ৰেল ষ্টেচনত  চুৰি সামগ্ৰী সহ এটা ৪জনীয়া চোৰৰ দল ৰৈ
Read More...