Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগৰ অভিযান,দেশী – বিদেশী সুৰা জব্দ

ক'ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী - বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰে দিয়া
Read More...

গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত দিল্লীলৈ গৈ বিজেপিৰ বহুকেইজন শীৰ্ষ নেতাক সাক্ষাৎ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগত দীৰ্ঘ সময় মত-বিনিময় কৰাৰ
Read More...

পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলুৱৈলৈ ৰঞ্জিত ডেকাৰ সাহাৰ্য

পূব নলবাৰী ক'চিং চেণ্টাৰৰ খেলুৱৈ সকলৰ দুৰ্দশাৰ প্ৰতিচ্ছবি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ পিছত আজি বিয়লি ৩ বজাত কঞাকুছি গাওঁত ক'চিং চেণ্টাৰটোৰ ৩০ জন দুখীয়া খেলুৱৈৰ মাজত কিছু খাদ্য-সামগ্ৰী বিতৰন কৰে ৰঙিয়াৰ বিশিষ্ট ব্যাৱসায়ী, ৰঙিয়া
Read More...

মাৰ্ঘেৰিটাৰ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰত কৃষিভূমি ধ্বংস কৰি ইটাভাতা নির্মাণৰ বিৰোধিতা

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত কেটেতং গাঁও পঞ্চায়তৰ অধীনস্থ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰৰ সোমাজত 'এ বি' নামেৰে এটা ইটা ভাতা স্থাপনৰ যো-জা কৰাক লৈ মহকুমাটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে চাৰিওফালে কৃষিভূমিৰে আৱৰি
Read More...

অলিম্পিক উপভোগ কৰিবলৈ দর্শকক লাগিব নিগেটিভ ক’ভিড ৰিপ’ৰ্ট

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক উপভোগ কৰিবলৈ ক’ভিড–১৯ টেষ্টৰ নিগেটিভ ৰিপ’ট অথবা টিকাকৰণৰ ৰিপ’ট লগত লৈ যাব লাগিব ক্রীড়ানুৰাগীয়ে৷ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱে অনিশ্চয়তাৰ গৰাহলৈ ঠেলি দিয়া অলিম্পিকত বিদেশী দর্শকৰ উপস্থিতি
Read More...

ক’ভিড চেন্টাৰত এজন বিধায়ক; পৰ্যবেক্ষণ কৰিলে পৰিস্থিতি

পিপিই কীট পিন্ধি ক’ভিড চেন্টাৰত এজন জনপ্ৰতিনীধি। ডিমৌ বৰুৱা চাংমাইস্থিত ক’ভিড চেন্টাৰত PPE KIT পিন্ধি ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ক’ভিড চেন্টাৰটো পৰ্যবেক্ষণ কৰিলে বিধায়ক সুশান্ত বৰগোহাঁয়ে।সংবাদ মাধ্যমৰ আগত বিধায়ক সুশান্ত বৰগোহাঁইয়ে
Read More...

ডিমৌত প্ৰধানমন্ত্ৰীৰ সপোনক অংগুষ্ঠ প্ৰদৰ্শন পঞ্চায়ত প্ৰতিনিধিৰ

 শিৱসাগৰ জিলাৰ ডিমৌ খণ্ড উন্নয়ন খণ্ড বিষয়া কাৰ্যালয় অধিনস্থ ৰূপজ্যোতি গাওঁ পঞ্চায়তৰ একাংশই পঞ্চায়ত প্ৰতিনিধিয়ে এতিয়া দেশৰ প্ৰধানমন্ত্ৰীৰ সপোনক ভৰিৰে মোহাৰি নিজৰ মুনাফা কৰিবলৈ লুণ্ঠনৰ প্ৰতিযোগিতাত নামি পৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে।
Read More...

বন্যহস্তীৰ উপদ্ৰৱৰ স্থায়ী সমাধান বিচাৰিছে নদুৱাৰবাসী ৰাইজে ! নতুন চৰকাৰলৈ আহ্বান অঞ্চলবাসীৰ

 শোণিতপুৰ জিলাৰ ন-দুৱাৰ অঞ্চলত বিগত দীৰ্ঘকাল ধৰি বন্যহস্তীৰ উপদ্ৰৱ সহ্য কৰি আহিছে অঞ্চলবাসীয়ে। সেইহে এতিয়া বন্যহস্তীৰ উপদ্ৰৱৰ স্থায়ী সামাধান বিচাৰিছে ন-দুৱাৰৰ দক্ষিণ পাৰৰ গঞা ৰাইজে। জীয়া ভৰলী নৈৰ দাতি কাষৰীয়া অঞ্চল অৰ্থাৎ কাজিৰঙা
Read More...

এতিয়াৰ পৰা ঘৰতে পাব সুৰা : সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি চৰকাৰৰ।

এতিয়াৰ পৰা মোবাইল এপ আৰু ৱেবচাইটৰ যোগেদি দিল্লীত হোম ডেলিভাৰী যোগে পোৱা যাব দেশী-বিদেশী সুৰা ।দিল্লী চৰকাৰে ১জুনৰ পৰা মদৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰিছে । দিল্লী চৰকাৰে আবকাৰী আইনৰ সংশোধনী ঘটাই এখন ৰাজপত্ৰিত জাননীৰ যোগেদি এই পদ্ধতি
Read More...

গোলাঘাটত দুই ক’ভিড প্ৰসূতিক সন্তান প্ৰসৱ কৰাই অনন্য নিৰ্দশন দাঙি ধৰিলে তিনি চিকিৎসকে

গোলাঘাটৰ বাবে এটা ভাল খবৰ। যিটো সময়ত ক'ভিড ৰোগীক চিকিৎসকে হেমাহি কৰাৰ খবৰ প্ৰায়েই সংবাদ মাধ্যমত স্থান পাই আহিছে তেনেসময়তে  গোলাঘাটৰ তিনি চিকিৎসকে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি চিকিৎসা সেৱাক আৰু এঢাপ ওপৰলৈ তুলিলে।  গোলাঘাটৰ শ্বহীদ 
Read More...