Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

১০ জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

অহা ১০জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, প্ৰায় ৫ঘন্টা ধৰি হব এই সূৰ্যগ্ৰহণ, দুপৰীয়া ১ বাজি ৪২ মিনিটৰ পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ,ভাৰতত আংশিকভাৱে পৰিলক্ষিত হব এই সূৰ্যগ্ৰহণ
Read More...

ওদালগুৰিৰ পানেৰীত দহ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন | অভিযুক্তক গ্ৰেপ্তাৰ |

ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ফুলকুছি গাঁৱত এজনী দহ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত আজি আৰক্ষীয়ে ৰূপেন দৈমাৰী(৪০) নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা অনুসৰি ফুলকুছি গাঁৱৰ ৰূপেন দৈমাৰী নামৰ ব্যক্তিজনে নিজৰ সমন্ধীয়
Read More...

এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাই জয় কৰিলে ৰূপৰ পদক।এই সফলতাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত…

আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাই জয় কৰিলে ৰূপৰ পদক।এছিয়ান বক্সিঙৰ ৬৪ কেজি শাখাত ৰূপৰ পদক লাভ শিৱ থাপাৰ।ডুবাইত চলি থকা চেম্পিয়নশ্বীপৰ ফাইনেলত মংগোলীয়ান বক্সাৰৰ হাতত পৰাস্ত হয় শিৱ।মংগোলীয়ান বাটাৰচুক চিনজোৰিগৰ হাতত
Read More...

বঙাইগাঁৱত চলন্ত ৰে’লৰ যাত্ৰীৰ পৰা মোবাইল কাঢ়ি ৰঙাঘৰৰ আলহী হ’ল দুই গভাইত চোৰ

বঙাইগাঁও ৰে'ল ষ্টেচনত সোমবাৰে এখন চলন্ত ৰে'লৰ যাত্ৰীৰ পৰা মোবাইল কাঢ়ি ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল বঙাইগাঁও চহৰৰ দুই গভাইত চোৰ ৷ ৰাইজৰ সহযোগত ৰে'লৱে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা এই গভাইত চোৰ দুজন বঙাইগাঁও চহৰৰ কবৰস্থানৰ ৰাজা ৰজক (২৫)
Read More...

মুকালমুৱাৰ চুকে-কোণে নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলন : গ্ৰেপ্তাৰ দহ সৰবৰাহকাৰী ৷

ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বুজন পৰিমানৰ
Read More...

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : কাকপথাৰ উভতা গাঁৱত হেৰ’ইনসহ পাঁচ যুৱকক আটক

যোৱা ইংৰাজী ৩০ তাৰিখৰ দৈনন্দিন বাৰ্তাত "কাকপথাৰ, ডিৰাকত ড্ৰাগছ, কানি, মদৰ অবাধ বেহা::নীৰৱ-নিৰ্বিকাৰ আবকাৰী বিভাগ, আৰক্ষী" নামৰ এক শীৰ্ষক বাতৰিত তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ, বৃহত্তৰ ডিৰাক অঞ্চলত ব্যাপক হাৰত  বৃদ্ধি
Read More...

শীঘ্ৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত পূৰণ কৰা হ’ব ৩,২৮৭টা খালী পদ!

ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ সু-খবৰ দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত দাসে। সোমবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, 'পঞ্চায়তআৰু গ্ৰামোন্নয়ন বিভাগত  ৩ হাজাৰ ২৮৭টা পদ খালী হৈ আছে। শীঘ্ৰে খালী পদ সমূহ পূৰণ কৰা
Read More...

ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস আটক

ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস আটক ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত দিলীপৰ নিৰ্দেশত আটক যতীন দাস ,ছিণ্ডিকেটৰে জড়িত আছিল সীমান্ত উপ-আৰক্ষী অধীক্ষকজন, বৰ্তমান ধুবুৰী সদৰ থানাত চলি আছে সোধা-পোছা | ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ
Read More...

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সোমবাৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত ক’ভিড…

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সোমবাৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত কোভিড প্ৰটোকল মানি অনুষ্ঠিত এক অনুষ্ঠানত ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰি অহা প্ৰশংসনীয় কামৰ বাবে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামক বিশেষ ভাবে সন্মানিত কৰে
Read More...

পাণ্ডুৰ জয়মতী নগৰত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী মহানগৰীৰ জালুকবাৰী থানাৰ অন্তৰ্গত পাণ্ডুৰ জয়মতী নগৰত যোৱানিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । জানিব পৰা মতে ৰন্ধন গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত অগ্নিকাণ্ডটোত সম্পূৰ্নৰূপে ভস্মীভূত হয় ১০ টাকৈ বাসগৃহ । প্ৰাপ্ত খবৰ মতে
Read More...