Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলীবৰ্ষণ নগাৰ

বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলীবৰ্ষণ নগা লোকৰ। কথমপি প্ৰাণৰক্ষা বিধায়কগৰাকীৰ। মৰিয়নিৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়কগৰাকী। লগত বন বিভাগ আৰু সাংবাদিকৰ এটা দলো আছিল। হাতে হাতে বন্দুক লৈ ওলাই আহে
Read More...

ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা, কৰ্মচাৰীৰ দুৰ্দশা

লকডাউনৰ ফলত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত ব্যক্তিসকলৰ লগতে   ব্যপকভাৱে প্ৰভাবিত হৈছে অসমৰ ন্যায় ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলো।আজি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা তথা কৰ্মচাৰীসকলে সংবাদমাধ্যমৰ আগত তেওঁলোকে লকডাউনৰ ফলত
Read More...

বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড, নগৰবেৰাৰ বদলাত উত্তাল প্ৰতিবাদ

ৰাজ্যত ধোঁৱাচাঙত বিদ্যুৎ বিভাগ।দক্ষিণ কামৰূপৰ বকো বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ আজৱ কাণ্ডই মূৰে কপালে হাত দিবলগীয়া হৈছে নগৰবেৰাৰ টুপামাৰী, বদলা, ৰাঙ্গাপানী অঞ্চলৰ ৰাইজে। বকো বিদ্যুৎ উপ সংমণ্ডলীয় নগৰবেৰাৰ ৰাঙ্গাপানী, বদলা, টুপামাৰী আদি
Read More...

ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনা পৰীয়া নামঘৰত কভিড প্ৰ’ৰ্টকল মানি মাধৱদেৱৰ…

শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠিত টীয়কৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰ আৰু লাহদৈগড়স্থিত মহিমা মণ্ডিত মইনা পৰীয়া নামঘৰত আজি সম্পূণ কভিড বিধি মানি অনুষ্টুপিয়াকৈ মাধৱদেৱৰ ৫৩৩ তম জন্ম জয়ন্তী  কাৰ্যসূচি সম্পন্ন কৰা হয়। যোৱা বছৰৰ পৰা সমগ্ৰ
Read More...

এম্বুলেন্সত উদ্ধাৰ কাছ মাংস :বন বিভাগৰ অভিযানত আটক দুজন

সমগ্ৰ বিশ্বতে এতিয়া ক'ৰণাৰ আতংক এম্বুলেঞ্চ এখন চকুৰ সন্মুখেদি পাৰ হলেই ভাব হয় ইয়াত নিশ্চয় ক'ৰণা আক্ৰান্ত ৰোগী গৈছে। কিন্তু বিশ্বনাথৰ এখন এম্বুলেন্সত ৰোগীৰ পৰিবৰ্তে কাছ মাংস সৰবৰাহ কৰা কথাহে পোহৰলৈ আহিছে। কৰোণা বা অন্যান্য ৰোগী নহয় ,
Read More...

ই -আলোচনী ‘গুৰুবাৰ্তা’ উন্মোচন,অনলাইন শিক্ষাত অভিযোজন কৰোৱাটো এক প্ৰত্যাহ্বানঃ উপাচাৰ্য…

অনলাইন শিক্ষাত ছাত্ৰ ছাত্ৰীক জড়িত কৰি অভিযোজিত কৰোৱাটো এক প্ৰত্যাহ্বান। পৰম্পৰাগত শ্ৰেণীসমূহতকৈ অনলাইন শ্ৰেণীকোঠাত শিক্ষকে অধিক শিক্ষণ কৌশল প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীক পাঠৰ সৈতে একাত্ম কৰিব পাৰিলে বেছি ফলপ্ৰসূ হ'ব। 'গুৰুবাৰ্তা' শীৰ্ষক অনলাইন
Read More...

নৈশ কাৰ্ফিউৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান

 ক’ভিড-১৯ ভাইৰাছ প্ৰতিৰোধৰ অৰ্থে  ৰাজ্যজুৰি অব্যাহত আছে  কাৰ্ফিউ ৷ দিনৰ ১১ বজাৰ পৰা বন্ধ হৈ পৰা জনজীৱনত অৰ্থনৈতিক ভাৱেও কোঙা হৈ পৰিছে অধিকাংশ লোকে। বৃদ্ধি পাইছে চুৰি কাৰ্যৰ দৰে অপৰাধ।  সেয়েহে নিশা জনশূন্য হৈ পৰা  গোলাঘাট নগৰৰ আৰক্ষীৰ তহলৰ
Read More...

ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে মডাৰ্ণ ইংলিছ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী সম্ভৱা কাশ্যপে

দেশত ক'ৰণা মহামাৰীৰ আতংকময় পৰিবেশৰ মাজতে ৰঙিয়ালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল চাপনীয়া নিবাসী শিক্ষক উজ্জ্বল ডেকা আৰু প্ৰৱক্তা দিপাঞ্জলী দাসৰ একমাত্ৰ কন্যা সম্ভৱা কাশ্যপে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰপ্ৰদেশ ঝাঁচিৰ মনিকৰ্ণিকা আৰ্ট
Read More...

সোণাৰিত খাদ্যৰ নামত বৰবিহৰ বজাৰচৌধুৰী পাপৰৰ পেকেটৰ ভিতৰত ভিতৰত ওলাল ভেকুঁৰ উঠা পাপৰ।

ক'ভিড সৃষ্ট জটিল পৰিস্থিতিৰ সুযোগ লৈ এচাম ব্যৱসায়ীয়ে খাদ্যৰ নামত বৰবিহ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশ অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী গ্ৰাহকক যোগান ধৰি  জনস্বাস্থ্যৰ প্ৰতি ভয়াবহতাৰ সৃষ্টি কৰিছে। তেনে এক ঘটনা
Read More...

ৰৌতাত ক’ভিড বিধি নমনাক আৰক্ষীৰ লাঠী

মহামাৰী ক'ভিড  ভাইৰাছৰ দ্বিতীয় পৰ্যায়ৰ লহৰে সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সেয়ে দেশ তথা  ৰাজ্যখনত  ক'ভিড-১৯ ৰ  বিধি মানি চলা হৈছে  । এই কভিডৰ  ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে  মাস্ক পিন্ধা ,
Read More...